• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ ডিচেম্বৰৰ ভিতৰত ৮ টা দাবী পূৰণ কৰক, অন্যথা ৩ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব আন্দোলন : অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 26, 2017 7:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতৰ আঙুলিত ধৰি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰে এটি শিশুৰ ভৱিষ্যত গঢ়ৰ আদিপাঠ শিকোৱা অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে বৰ্তমান সময়ত চৰম হতাশাত ভোগাটো পৰিলক্ষিত হৈছে। সংহত শিশু বিকাশ আঁচনি ৰূপায়ণৰ বাবে তৃণমূল স্তৰত কৰ্মৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে তেওঁলোকৰ ৮ দফীয়া দাবীৰ ভিত্তিত দীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছে যদিও তেওঁলোকৰ  দাবী সমূহ চৰকাৰে আওকাণ কৰি অহাৰ অভিযোগ তুলিছে। আজি গুৱাহাটী প্ৰেছক্লাবত এখন সংবাদমেল সম্বোধন কৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চৰকাৰক অহা ৩১ ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ দাবী সমূহ পূৰণ কৰাৰ বাবে আহ্বান জনায়।

উক্ত সংবাদমেলত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা ইন্দিৰা নেৱাৰে তেওঁলোকক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত নিয়োগ কৰা তথা ঘৰে ঘৰে গৈ শিশুক পলিঅ’ সেৱন কৰোৱা ইত্যাদি কামবোৰৰ বাবে অতিৰিক্ত মাননী প্ৰদানৰ বাবে দাবী জনায়। লগতে এই মাননী প্ৰধান কৰ্মীৰ বাবে ৫ হাজাৰ টকা আৰু সহায়িকাৰ বাবে ৩৫০০ টকা ধাৰ্য্য কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি অৱসৰৰ সময়ত এককালীন সাহায্য কৰ্মীসকলৰ বাবে দুই লাখ  টকা আৰু সহায়িকাৰ বাবে ১ লাখ ৫০ হাজাৰ কৰিব লাগে বুলি উক্ত সংবাদমেলৰ জৰিয়তে সদৰী কৰে। আনহাতে বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কিছুসংখ্যক অংগনৱাড়ী কেন্দ্ৰৰ অৱস্থা তেনেই তথৈবচ আৰু সেই কেন্দ্ৰ সমূহত খোৱা পানীৰ ব্যৱস্থা, ৰান্ধনী ঘৰৰ ব্যৱস্থা তথা বহি পাঠদান কৰিব পৰা ব্যৱস্থা নাই। সেয়েহে চৰকাৰে অতি সোনকালে এই কেন্দ্ৰ সমূহৰ প্ৰতি দৃষ্টি নিক্ষপ কৰিব লাগে বুলি সদৰী কৰে।

Apply Now

https://youtu.be/Vu7LnV3aU1g

উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰি মাহৰ পৰা অংগনৱাড়ী কৰ্মী সহায়িকা সকলে সমগ্ৰ অসমতে দৰমহাৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে অন্যান্য দাবীসমূহ উত্থাপন কৰি আন্দোলনৰ কাৰ্য্যসূচী চলাই আহিছে। এই আন্দোলনে অসমৰ সৰ্বত্ৰে সঁহাৰি লাভ কৰাৰ পিছত যোৱা ৮ মে’ তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত বিষয়টোৰ ওপৰত আলোচনা হয়। কিন্তু ৪ মাহ পাৰ হৈ যোৱাৰ পিছতো সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী নৱকুমাৰ দলেই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজ্যৰ অংগনৱাড়ী কৰ্মী-সহায়িকা সকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়। এনে পৰিপ্ৰেক্ষিতত যোৱা ৮  চেপ্তেম্বৰ তাৰিখে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দিছপুৰ লাষ্টগেইটত এক ধৰ্ণা কাৰ্য্যসূচীৰ ৰূপায়ণ কৰে। আনহাতে এই কথা পুনৰবাৰ বিধানসভাৰ মজিয়াত উত্থাপিত হোৱাত সেই মাহৰে ২২ তাৰিখে অংগনৱাড়ী কৰ্মী সকলৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ কথা মন্ত্ৰী নৱ কুমাৰ দলেই সদৰি কৰিছিল। কিন্তু অংগনৱাড়ী কৰ্মী সকলে অভিযোগ কৰা অনুসৰি মন্ত্ৰী গৰাকীয়ে আলোচনা কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ কৰি নিজেই আলোচনা সভাত উপস্থিত নাছিল। ইফালে চৰকাৰৰ বিষয়াসকলে তেওঁলোকৰ দাবীবোৰ পূৰণ কৰাৰ বাবে বিবেচনা কৰা হৈছে বুলি আশ্বাস প্ৰদান কৰিছিল। কিন্তু ২০১৭ বৰ্ষ উকলিব হোৱাৰ সময়তো  চৰকাৰে দাবীসমূহ পূৰণ নকৰাৰ বাবে অংগনৱাড়ী কৰ্মীসকল ক্ষুভিত হৈ পৰে। এই বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত দাবীসমূহ পূৰণ কৰাৰ ব্যৱস্থা নকৰিলে নতুন বৰ্ষৰ ৩ জানুৱাৰিত ক্ৰমে আই চি ডি এছ প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়, জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যালয় আৰু সঞ্চালক সমাজ কল্যাণ বিভাগৰ কাৰ্য্যালয়ত পিকেটিং কাৰ্য্যসূচী হাতত লোৱা হ’ব বুলি অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই আজিৰ সংবাদমেলত জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd