• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঙিয়া-ভূটান পথৰ চিকনিবাৰীত নাগালেণ্ডৰ অস্ত্ৰ ব্যৱসায়ীক আটক

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 18, 2018 6:26 pm
Arms smuggler busted
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিকনিবাৰীত আজি নাগালেণ্ডৰ এজন অস্ত্ৰ ব্যৱসায়ী সেনা-আৰক্ষীৰ হাতত ধৰা পৰে।

প্ৰাপ্ত তথ্য মতে, এক গোপন খবৰৰ ভিত্তিত ১২৭ (ডি) নং ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত তামুলপুৰ আৰক্ষীয়ে ভাৰতীয় সেনাৰ সহযোগত অভিযান চলাই পেইৰেই হাওঁ নামৰ অস্ত্ৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Apply Now

ধৃত পেইৰেই হাওঁ নাগালেণ্ডৰ পেনেৰ জিলাৰ হেমিঙলৱা আৰক্ষী থানাৰ অন্তৰ্গত নাগৱালৱা গাৱঁৰ কেজাই হাওঁৰ চল্লিশ বছৰীয়া পুত্ৰ।

তেওঁৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ পিষ্টল আৰু এটা মেগজিন জব্দ কৰে।

পেইৰাই হাওঁ এ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এটা পিষ্টল ক্ৰয় কৰি আনিছিল আৰু সেইটো ভাৰত-ভূটান সীমান্তৰ কোনো অজ্ঞাত স্থানত বিক্ৰী কৰাৰ বাবে ডিমাপুৰৰ পৰা ৰঙিয়ালৈ আহি ৰঙিয়াৰ পৰা বাছেৰে তামুলপুৰ-ভূটান দিশত আহি আছিল।

আনহাতে, আজি পুৱা তামুলপুৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া উপেন শৰ্মাই এক বিশেষ সূত্ৰৰ পৰা এই খবৰ লাভ কৰি গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া ৰাজেন বড়োক অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। নিৰ্দেশ লাভ কৰাৰ পিছতে ৰাজেন বড়োয়ে ভাৰতীয় সেনাৰ সহযোগত ৰঙিয়া-ভূটান পথৰ চিকনিবাৰীত অভিযান চলাই পেইৰেইক আটক কৰিবলৈ সক্ষম হয়।

পেইৰেই এ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে পিষ্টলটো তেওঁ কোনোবা ভাইটি নামৰ যুৱক এজনৰ ওচৰত বিক্ৰী কৰাৰ বাবে আহিছিল আৰু চিকনিবাৰীত তেওঁ বাছৰ পৰা নমাৰ পিছত তেওঁক কোনোবা অজ্ঞাত ঠাইলৈ লৈ যোৱাৰ কথা আছিল।

কিন্তু বাছৰ পৰা নমাৰ সময়তেই পেইৰেইক সেনা-আৰক্ষীৰ দলে কৰায়ত্ব কৰে।

পেইৰেই এ প্ৰকাশ কৰা মতে ইয়াৰ আগতেও তেওঁ ভাৰত-ভূটান সীমান্তত কেইবাটাও পিষ্টল বিক্ৰী কৰিছে।

অধিক তথ্যৰ বাবে পেইৰেইৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি তামুলপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd