• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যবাসীক আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 7:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। বাৰ্তাটোত মুখ্য মন্ত্ৰীজনে কয় যে নৱবৰ্ষই বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত বাস কৰা সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী তথা বিভিন্ন ধৰ্মাৱলম্ব লোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা কৰিছে।

‘২০১৭ বৰ্ষটোত আমি সকলোৱে ঐক্যবদ্ধভাৱে ৰাজ্যখনত শান্ত-সম্প্ৰীতি আৰু বন্ধুত্বৰ ভাব অধিক সুদৃঢ় কৰিলো। আমাৰ মাজত সৌহাৰ্দ্যৰ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত বৃহত্তৰ অসমীয়া জাতিয়ে যি মানৱীয় পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।’ মুখ্য মন্ত্ৰীয়ে বিবৃত্তিটোত কয়।

Apply Now

লগতে তেওঁ কয় যে এনে মানসিকতাৰে সকলোৱে আগ বাঢ়িলে ৰাজ্যখনক দেশৰ ভিতৰতে এখন সমৃদ্ধিশালী আৰু শ্ৰেষ্ঠ ৰাজ্য হিচাবে গঢ়ি তুলিবলৈ সক্ষম হ’ব। ৰাজ্যখনৰ উজ্জল ভৱিষ্যৎ নিৰ্মাণ কৰাৰ বাবে আৰু যুৱ প্ৰজন্মক সঠিক দিশেৰে আগুৱাই নিয়াৰ বাবে গুণগত শিক্ষাৰ প্ৰসাৰৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে, যাতে গুণগত শিক্ষাৰ জৰিয়তে নৱ প্ৰজন্মৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়েই একো একোগৰাকী আদৰ্শ নাগৰিক হ’ব পাৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে মুখ্য মন্ত্ৰীজনে নতুন বছৰৰ প্ৰাকক্ষণত দিয়া আজিৰ বিবৃত্তিটোত কয় যে তেওঁলোকে অসমৰ ৰাইজৰ পৰা সদায়েই আশীৰ্বাদ বিচাৰে। ৰাজ্যখনৰ সকলো সাংসদ, বিধায়ক, নগৰ আৰু গাওঁ পঞ্চায়তৰ জনপ্ৰতিনিধিৰ মিলিত প্ৰচেষ্টাৰে আগুৱাই নিয়াৰ বাবে জনসাধাৰণৰ সহযোগিতা আৰু আশীৰ্বাদৰ একান্ত প্ৰয়োজন। বিবৃত্তিটোত মুখ্য মন্ত্ৰীজনে আগন্তুক বছৰটোত ৰাজ্যখনক অধিক বিকশাই তোলাৰ বাবে ৰাজ্যখনৰ সম্পদ আৰু সম্ভাৱনীয়তাক আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপযুক্ত প্ৰয়োগেৰে উন্নয়নৰ ধাৰা আগুৱাই নিব লাগিব বুলি কয়। লগতে প্ৰতিখন চৰকাৰী আঁচনিয়েই যাতে সফলভাৱে ৰূপায়ণ হয় আৰু প্ৰতিগৰাকী হিতাধিকাৰীয়ে যাতে ইয়াৰ সুফল লাভ কৰিব পাৰে তাৰ বাবে ৰাইজক চোকা দৃষ্টি ৰাখিবৰ বাবেও আহ্বান জনায়। লগতে তেওঁ চৰকাৰখন সুপৰিচালনাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে ইতিবাচক ভূমিকা লোৱা বুলি কৈ সংবাদ মাধ্যমকো প্ৰশংসা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd