• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক অভ্যন্তৰীণ জল পৰিৱহণ বিভাগে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গঢ়ি তুলিব বন্দৰ নগৰী

সুকতি গগৈ by সুকতি গগৈ
December 31, 2017 4:51 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় এহেজাৰ কোটি টকা ব্যয়েৰে ৰাজ্যিক অভ্যন্তৰীণ জল পৰিৱহণ বিভাগে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গঢ়ি তুলিব বন্দৰ নগৰী। শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় প্ৰতিখন গাৱঁক স্পৰ্শ কৰি যাব পৰাকৈ এই বন্দৰ নগৰীবোৰ বিশেষ বিশেষ স্থানত, যেনে- নিমাতীত, স্থাপন কৰা হ’ব। এই কথা এন ই নাওক জনাইছে ৰাজ্যিক অভ্যন্তৰীণ জল পৰিৱহণ বিভাগৰ সঞ্চালক বি বি দেৱচৌধুৰীয়ে। তেওঁ কয় যে এই বন্দৰবোৰক এটা সৰু বিমানবন্দৰৰ দৰে গঢ়ি তোলা হ’ব, অৰ্থাৎ ইয়াত এটা সৰু বিমান বন্দৰৰ দৰে সা-সুবিধাযুক্ত হ’ব। এইবোৰৰ ভিতৰত পাণ্ডু নদী-বন্দৰটোৰ বিশেষ ভূমিকা থাকিব। ই অসমক বাংলাদেশৰ মাজেৰে অন্যান্য আছিয়ান (ASEAN) দেশবোৰলৈ যোৱা বা সেইবোৰৰ পৰা অহা দুৱাৰমুখস্বৰূপ হ’ব। ব্যৱসায়িক উদ্দেশ্যত বিভিন্ন দেশৰ জাহাজ, ফেৰিৰ যাতায়াতৰ মাজেৰে এই বন্দৰ উপনগৰীবোৰক বাণিজ্যৰ অভিকেন্দ্ৰ কৰি তোলা হ’ব। ‘পথ যোগাযোগ ব্যৱস্থাৰ ওপৰত থকা হেঁচা কমোৱাৰ লগতে সুসংগঠিত জল পৰিবহণ খণ্ডই বৃহৎ নিয়োগৰো সুযোগ সৃষ্টি কৰিব।’ এইদৰে কয় সঞ্চালক দেৱচৌধুৰীয়ে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ নদীপথত ৰাতিও নাও-জাহাজ চলাৰ ব্যৱস্থা কৰা হ’ব। ইয়ো অৰ্থনীতি উন্নত কৰিব।

উল্লেখযোগ্য যে এতিয়া ব্ৰহ্মপুত্ৰত ১০০ খন মান ফেৰি চলি আছে।

Apply Now

‘উপযুক্ত নিৰাপত্তা মানবোৰ মানি চলাটো অতিকে জৰুৰী। লগতে আমি মালবস্তু পৰিবহণৰ বাবে আধুনিক তথা উন্নত ধৰণৰ জাহাজ আনিব লাগিব। লাগিলে সি কৃষিজাত সামগ্ৰীয়েই হওক বা আন কিবা উদ্যোগজাত সামগ্ৰীয়েই হওক।’ দেৱচৌধুৰীয়ে কয়। তেওঁ আৰু কয় যে আন বন্দৰবোৰলৈ চালান দিব পৰাকৈ থলুৱা কৃষিজাত সামগ্ৰীবোৰৰ উন্নতমানৰ পেকেট কৰা দৰকাৰ হ’ব।

ইয়াৰ সঞ্চালকজনে জনোৱা মতে উপৰি অভ্যন্তৰীণ জল পৰিবহণে বিশ্ব বেংকৰ সাহায্যত আন এটা প্ৰকল্পৰ বাবেও কাম কৰি আছে। অসম অভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্প নামৰ এই প্ৰকল্পৰ অধীনত যাত্ৰীৰ সুচলতাৰ প্ৰতি লক্ষ ৰাখি উন্নত মানৰ জাহাজ, ফেৰি ক্ৰয় কৰা হ’ব। বহুতো কোম্পানীয়ে এই ধৰণৰ জলযান বিক্ৰী কৰিবলৈ আগ্ৰহী হৈ থকা বুলি সঞ্চালকজনে জানিবলৈ দিয়ে।

সুকতি গগৈ

সুকতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd