• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাভা হাচং স্বায়ত্ত পৰিষদৰ আঁচনিৰ অধীনত বাইখো পূজা বিষয়ক তথ্যচিত্ৰ নিৰ্মাণ

গোৱালপাৰা by গোৱালপাৰা
March 11, 2018 10:21 pm
Rabha-rally-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমকে ধৰি উত্তৰ-পূবৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা ৰাভা-হাচংসকলৰ প্ৰাচীন পৰম্পৰা তথা আচাৰ অনুষ্ঠান বাইখো পূজাৰ বিষয়ে বিশ্বক জনাৰ সুযোগ দিব পৰাকৈ ৰাভা-হাচং স্বায়ত্ত পৰিষদৰ অধীনত এখন আঁচনিৰ অংশ হিচাপে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। ‘বাইখো’ নামৰ এই তথ্যচিত্ৰখনত ৰাভাসকলৰ প্ৰধান ধৰ্মীয় উৎসৱটোৰ বিষয়ে সকলো দিশৰ উপস্থাপনৰ প্ৰয়াস কৰা হৈছে।

‘আমি আমাৰ প্ৰধান উৎসৱ বাইখো পূজাৰ বিষয়ে, কিয় আৰু কেনেকৈ এই পূজা উৎসৱটো পালন কৰা হয়, তাৰ বিৱৰণেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছো।’ এন ই নাওৰ আগত এইদৰে কয় ৰাভা-হাচং স্বায়ত্ত পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্য্যবাহী সদস্য জীৱন ৰাভাই।

Apply Now

জীৱন ৰাভাই জনোৱামতে বাইখো দেৱীক পূজা কৰাৰ পৰম্পৰাটো আৰম্ভ হৈছিল ফেদাৰদোৱা নামৰ গাওঁখনৰ পৰা। সেয়ে এই ঠাইখন হ’ল ৰাভাসকলৰ বাবে পৱিত্ৰ আৰু ঐতিহাসিক ঠাই।

উল্লেখযোগ্য যে মেঘালয়ৰ সীমান্তৰ পৰা মাত্ৰ ২ কিলোমিটাৰ আঁতৰত থকা গোৱালপাৰা জিলাৰ এই গাওঁখনত এখন সাংস্কৃতিক সন্মিলন আয়োজন কৰা হৈছিল, যিখনৰ ১০ মাৰ্চত সামৰণি পৰে। এই সন্মিলনত ৰাভাসকলৰ গৌৰৱময় ইতিহাসক সংৰক্ষণৰ লগতে ইয়াক প্ৰচাৰ কৰাত গুৰুত্ব দিয়া হয়।

‘নিজৰ জন্মস্থান, ইতিহাস আৰু সংস্কৃতিক পাহৰি যোৱা জাতি এটাই নিজৰ পৰিচয় হেৰুৱাই পৰজীৱীৰ দৰে হৈ পৰে।’ এইদৰে কয় সন্মিলনত ভাগ লোৱা বিপিন চুৰচাং নামৰ এজন বক্তাই।

আনহাতে বাইদা কলেজৰ প্ৰবক্তা শান্তাৰাম ৰাভাই ৰাভাসকল আন জাতিলৈ সলনি হোৱাৰ ঘোৰ বিৰোধিতা কৰে। ইয়াক তেওঁ ৰাভা-বিৰোধী আখ্যা দিয়ে।

মেঘালয়ৰ পৰা সন্মিলনখনত ভাগ লোৱা প্ৰতাপ ৰাভাই দাওৱা আৰু হুমজাৰৰ দৰে পৰম্পৰাগত নৃত্যৰ তাৎপৰ্য্য সম্পৰ্কেও ব্যাখ্যা।

সন্মিলনখনত বীৰুবালা ৰাভা, পবিত্ৰ ৰাভা আৰু শুক্ৰাচাৰ্য্য ৰাভাৰ কথা ৰাভা সম্প্ৰদায়ৰ উল্লেখযোগ্য ব্যক্তি হিচাপে উল্লেখ কৰা হয়।

গোৱালপাৰা

গোৱালপাৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

June 30, 2026 11:27 am
পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd