• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উদ্বেগজনক পৰিস্থিতি! দেশত যোৱা ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত ১ লাখ ৩১হাজাৰ; মৃত্যু ৭৮০জনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2021 12:14 pm
Health-workers-750x375

প্ৰতিনিধিত্বমূলক ফটো।

250
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। দৈনিক আক্ৰান্তৰ সংখ্যা ক্ৰমশ বৃদ্ধি পাই অহাৰ লগে লগে এইবাৰ মৃত্যুৰ সংখ্যাও চিন্তাজনকভাৱে বৃদ্ধি পোৱা দেখা গৈছে।

শুকুৰবাৰে দেশত এই বছৰত দৈনিক মৃত্যুৰ সংখ্যাই নতুন অভিলেখ গঢ়িলে।

শুকুৰবাৰে পুৱাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে দাঙি ধৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ১লাখ ৩১হাজাৰ ৯৬৮জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এই সংখ্যা পূৰ্বৰ দিৰ তুলনাত ৫হাজাৰ অধিক।

এতিয়ালৈকে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১ কোটি ৩০লাখ ৬০হাজাৰ ৫৪২জন। সেইদৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১লাখ ৬৭হাজাৰ ৬৪২জন।

যোৱা ২৪ ঘন্টাত দেশত ৭৮০জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ৬১হাজাৰ ৮৯৯জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে। সেইদৰে, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৯লাখ ৭৯হাজাৰ ৬০৮জনলৈ বৃদ্ধি পাইছে।

দেশত এতিয়ালৈকে মুঠ ১ কোটি ১৯লাখ ১৩হাজাৰ ২৯২জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

ইপিনে, দেশত এতিয়ালৈকে মুঠ ৯কোটি ৪৩লাখ ৩৪হাজাৰ ২৬২জনে ভেকচিন লাভ কৰিছে।

ৰাজ্যসমূহৰ ভিতৰত যোৱা ২৪ ঘন্টাত অকল মহাৰাষ্ট্ৰতেই প্ৰায় ৬০হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে।

বৃহস্পতিবাৰে কৰ’না পৰিস্থিতি মোকাবিলাৰ বিষয়টো লৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে কৰ’নাক লৈ মানুহ উদাসীন হৈ পৰাত উদ্বেগ ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সম্পূৰ্ণ লকডাউনৰ কথা চিন্তা কৰা নাই যদিও কৰ’না কাৰ্ফিউৰ পৰামৰ্শ দিছে।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd