• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ দহগৰাকী প্ৰতিযোগীলৈ ‘ডিভাইন নৰ্থ ইষ্ট- ২০১৮’ৰ খিতাপ 

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , October 11, 2018 7:24 pm

2 min read

2aecba90-b454-11e8-81c9-1b431fd718bc-rimg-w526-h263-dcc75392-gmir
149
VIEWS
Share on FacebookShare on Twitter

 

বিটিএডিৰ মুখ্য সদৰ কোকৰাঝাৰ তথা বিটিএডিৰ বাবে গৌৰৱৰ লগতে আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ দহগৰাকী ফেশ্বন প্ৰতিযোগীয়ে। চলিত অক্টোবৰ মাহৰ ৫ তাৰিখে গুৱাহাটী মহানগৰীৰ আইটিএ মাছখোৱাত গাৰ্মিনেট গ্ৰুপৰ সহযোগত  ‘দ্য ষ্টৰি টেলাৰ্ছ’ৰ উদ্ধোগত আয়োজিত  ‘ডিভাইন নৰ্থ ইষ্ট ২০১৮’ নামৰ এটা ৰাজ্যিক পৰ্যায়ৰ ফেশ্বন শ্ব’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মুঠ ১৪ গৰাকীৰ মাজত দহগৰাকী প্ৰতিযোগীয়ে বিভিন্ন উপ নাম উপাধিৰে ফেশ্বন প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰি বিটিএডি আৰু বিশেষকৈ কোকৰাঝাৰৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বিভিন্ন উপ নাম( sub-title) উপাধিৰে বিজয়ী হোৱা প্ৰতিযোগীৰ মাজত আছে ক্ৰমে কোকৰাঝাৰ চহৰৰ দীপ্তি তালুকদাৰ(৪৬), ৱাৰ্ড নং ৮ ৰ হেলেনা বসুমতাৰী( ৩৪), নন্দিতা বসুমতাৰী(৮), প্ৰীতি মুছাহাৰী(৫) আৰু ৰুপশিখা নাথ (১৩) । তাৰে হেলেনা বসুমতাৰীয়ে বেষ্ট স্কিন, দীপ্তি তালুকদাৰ,  বিউটিফুল আই নন্দিতা বসুমতাৰীয়ে, ম’ষ্ট ফাংচুৱেল প্ৰীতি মুছাহাৰীয়ে ম’ষ্ট ফাংচুৱেল আৰু ৰুপশিখা নাথে  বেষ্ট স্টাইল আইকন উপ-উপাধি লাভ কৰিবলৈ সক্ষম হয়।

বিজয়ী প্ৰতিযোগীসকলে আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত সংবাদ মেল আয়োজন কৰি জনাই এই আনন্দৰ কথা।

কোকৰাঝাৰ চহৰৰ বহু সম্ভাৱনাময় বিজয়ী প্ৰতিযোগীয়ে ফেশ্বন জগতত নিজৰ- নিজৰ নাম উজলাবলৈ সমৰ্থ হোৱাৰ আঁৰত ঘৰৰ অভিভাৱক আৰু কোকৰাঝাৰৰ এগৰাকী ফেশ্বন জগতত নিজকে স্থাপন কৰিব পৰা তথা ভাইৰাছ এণ্ড এণ্টাৰটেইনমেণ্টৰ ৰাজ্যিক সঞ্চালক সমন্বয়ক নৱনিতা বট্ৰাক অহৰহ সহায় কৰা বুলি কৃতজ্ঞতা জ্ঞাপন কৰে। উপ নাম বিজয়ী সকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱাত কোকৰাঝাৰত আনন্দৰ জোৱাৰ উঠে। বিজয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে বিজয়ী সকল আৰু পৰিয়ালবৰ্গসহ তেওঁলোকৰ অনুৰাগীসকল।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd