• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১০ ঘণ্টাৰ কাম এতিয়া মাত্ৰ এঘণ্টাতে! লজিষ্টিক ব্যৱসায়ত যাদু দেখুৱাব ফাৰআইৰ এআই-এ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:48 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লজিষ্টিক বা সামগ্ৰী যোগান ধৰা ব্যৱসায়ত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে ফাৰআই নামৰ প্ৰতিষ্ঠানটো। শেহতীয়াকৈ নয়ডাত তেওঁলোকে পাইলট নামৰ এটা অত্যাধুনিক চফ্টৱেৰ মুকলি কৰিছে যি কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ জৰিয়তে কাম কৰিব। এই নতুন প্ৰযুক্তিয়ে ডেলিভাৰীৰ কামবোৰ আগতকৈ বহুত সহজ কৰি তুলিব আৰু কোম্পানীসমূহৰ খৰচো বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

সাধাৰণতে ডেলিভাৰীৰ পথ নিৰ্ধাৰণ কৰা বা কোনজন চালকে কোনটো অঞ্চলত সামগ্ৰী দিব সেই সকলো পৰিকল্পনা কৰিবলৈ এজন বিষয়াক দিনটোত প্ৰায় ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। কিন্তু ফাৰআইৰ দাবী অনুসৰি তেওঁলোকৰ এই নতুন এআই প্ৰযুক্তিয়ে একেখিনি কাম মাত্ৰ এঘণ্টাতে সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ অৰ্থ হ’ল এই চফ্টৱেৰটো ব্যৱহাৰ কৰিলে পৰিকল্পনাৰ নামত খৰচ হোৱা সময় প্ৰায় ৯৫ শতাংশ ৰাহি হ’ব।

Apply Now

এই বিশেষ চফ্টৱেৰটোৱে বতৰৰ অৱস্থা আৰু বাটৰ যান-জঁটৰ কথা মনত ৰাখি মাত্ৰ ১৫ মিনিটৰ ভিতৰত আটাইতকৈ সহজ পথটো বিচাৰি উলিয়াব পাৰিব। চালকসকলৰ দায়িত্বৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ গতিবিধিৰ ওপৰত চকু ৰাখিবলৈ ইয়াত ১১টাকৈ বিশেষ এআই এজেন্ট নিয়োজিত কৰা হৈছে। যদি কোনো কাৰণত ডেলিভাৰী পলম হয় বা ঠিকনা ভুল থাকে তেন্তে এই তন্ত্ৰটোৱে নিজেই গ্ৰাহকৰ সৈতে হোৱাটছএপ বা এছএমএছৰ জৰিয়তে যোগাযোগ কৰিব। ইয়াৰ উপৰিও ডেলিভাৰীৰ পাছত বিলৰ কিবা খেলিমেলি থাকিলে সেইয়াও এই এআই প্ৰযুক্তিয়ে সহজে সমাধান কৰি দিব।

ফাৰআইৰ সহ-প্ৰতিষ্ঠাপক গৌৰৱ শ্ৰীবাস্তৱে জনাইছে যে পুৰণি পদ্ধতিত কাম কৰোতে লজিষ্টিক কোম্পানীসমূহৰ বহুত অতিৰিক্ত ধন খৰচ হৈছিল। নতুনকৈ অহা এই এআই ব্যৱহাৰ কৰিলে খৰচ প্ৰায় ১৭.৫ শতাংশ কমি যাব। কোম্পানীটোৰ তথ্য মতে ভুল ঠিকনা বা ডেলিভাৰী বিফল হোৱাৰ বাবে প্ৰতিবাৰত গড়ে প্ৰায় ১৬৭৫ টকা পৰ্যন্ত লোকচান হয় যিটো এই প্ৰযুক্তিয়ে ৰোধ কৰিব পাৰিব। ব্লু ডাৰ্ট আৰু মেয়াৰ্স্কৰ দৰে ডাঙৰ কোম্পানীয়ে ইতিমধ্যে এই প্ৰযুক্তিৰ প্ৰশংসা কৰিছে। যিকোনো কোম্পানীয়ে চাৰি সপ্তাহৰ পৰীক্ষণৰ পাছতে এই সেৱা নিজৰ ব্যৱসায়ত ব্যৱহাৰ কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd