• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাত্ৰ ১০ বছৰ বয়সতে কাৰাটেত ব্লেক বেল্ট অৰ্জন নগাঁৱৰ জ্যোতিৰাদিত্যৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , December 26, 2018 8:47 pm

1 min read

মাত্ৰ ১০ বছৰ বয়সতে কাৰাটেত ব্লেক বেল্ট অৰ্জন নগাঁৱৰ জ্যোতিৰাদিত্যৰ
276
VIEWS
Share on FacebookShare on Twitter

মাত্র ১০ বছৰ বয়সতে সমৰকলা কাৰাটেত ব্লেক বেল্ট অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ এটি শিশুৱে। এই ১০ বছৰীয়া শিশুটি নগাঁও চহৰৰ পানীগাঁও নিবাসী ব্যৱসায়ী সুশীল কুমাৰ খাউণ্ড আৰু নৱনীতা খাউণ্ডৰ পুত্ৰ।

নগাঁও চহৰৰ ৰিভাৰেল বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ জ্যোতিৰাদিত্যই চ’ৰিন ৰিউ চেইবুকান কাৰাটে ড’ স্কুল অব ইণ্ডিয়াৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে কাৰাটেৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁৰ মুখ্য প্রশিক্ষক আছিল চাইহান ৰমেন পাল দাস আৰু প্ৰশিক্ষক হ’ল দীপ গগৈ।

উল্লেখযোগ্য  যে ২০১৫ চনত জয়পুৰত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অনুষ্ঠিত ৬-৭ বছৰ বয়সৰ কুমিট আৰু কাটা দুয়োটা শাখাত জ্যোতিৰাদিত্যই স্বৰ্ণ পদক লাভ কৰিছিল। তাৰোপৰি ২০১৪ চনত সদৌ অসম চেইচিনকাই চিট ৰিউ কাৰাটে ডু এছ’চিয়েশ্যনৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত সৰ্বভাৰতীয় আন্তঃবিদ্যালয় আৰু জ্যেষ্ঠ কাৰাটে প্ৰতিযোগিতাত জ্যোতিৰাদিত্যই ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

একেদৰে জ্যোতিৰাদিত্যই নগাঁও জিলা কাৰাটে প্ৰতিযোগিতা, দক্ষিণ অসম জ’ন কাৰাটে প্ৰতিযোগিতা আদিতো প্ৰথমস্থান লাভ কৰিছিল। চলিত বৰ্ষতো দ্বিতীয় সদৌ অসম চটকান কাৰাটে প্ৰতিযোগিতাত তেওঁ তৃতীয় স্থান লাভ কৰিছিল। জ্যোতিৰাদিত্য কাৰাটেত ব্লেক বেল্ট অৰ্জন কৰা নগাঁৱৰ সৰ্ব কনিষ্ঠ সমৰ কলা বিশাৰদ।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd