DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণা জয় কৰি চিকিৎসালয়ৰ পৰা উভতিল গুৱাহাটীৰ ১০০ বছৰীয়া আইতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2020 6:27 pm
Old_
181
VIEWS
Share on FacebookShare on Twitter

কথাতে আছে মনৰ জোৰ থাকিলে ৰোগ-ব্যাধিয়ে আসৈ নাপায়।

সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছে অসমকো কঁপাই তুলিছে।

ৰাজ্যত হাজাৰ হাজাৰ মানুহ ক’ৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।

MMCH Covid Hospital

“It's hard to beat a person who never gives up.”
A 100-year-old woman Mai Handique, recovered from #Covid19.
Nothing can stop our hardworking #CovidWarrior from winning the war against #COVID19.#AssamFightsCorona@PomiBaruah @nhm_assam pic.twitter.com/zGqSFvACZK

— Assam Covid Care Centers (@AssamCovid) September 16, 2020

মৃত্যু ঘটিছে কেইবা শতধিক লোকৰ। বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকলক ভাইৰাছবিধে সহজে কাবু কৰি অহাৰ কথাও প্ৰমাণ হৈছে।

কিন্তু ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতো চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত ক’ৰ’ণাক জয় কৰি বহুতৰে মনত সাহসৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে শতায়ূ গৰকা এগৰাকী আইতাই।

গুৱাহাটীৰ হাতীগাঁৱত থকা মাদাৰ অল্ড এজ হোমৰ বাসিন্দা মাই সন্দিকৈ নামৰ এইগৰাকী আইতাৰ বয়স ১০০ বছৰ। যোৱা ৭ ছেপ্তেম্বৰত আইতাগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত। তেওঁৰ সৈতে একেলগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অল্ড এজ হোমটোৰে আন এগৰাকী ৭৫ বছৰীয়া আইতাক।

চিকিৎসা গ্ৰহণৰ অন্তত শেহতীয়াকৈ মাই সন্দিকৈ নামৰ শতায়ূ গৰকা আইতাৰ লগতে আনগৰাকী আইতাও ক’ৰ’ণাৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

চিকিৎসক ডাঃ ফাৰুকৰ তত্বাৱধানত আইতা দুগৰাকীৰ চিকিৎসা চলিছিল।

কামৰূপ জিলা প্ৰশাসনেও আইতা দুগৰাকীৰ স্বাস্থ্যৰ খবৰ লৈ আছিল।

অৱশেষত প্ৰায় এসপ্তাহৰ অন্তত দুয়োগৰাকী আইতাই ক’ৰ’ণাৰ নাগপাশৰ পৰা মুক্ত হ’বলৈ সক্ষম হোৱাত এতিয়া স্বাস্থ্যকৰ্মীসকলৰ লগতে সকলোৱে আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd