• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুটানৰ পৰা খোজ কাঢ়ি অহা শ্ৰমিকক লৈ আতংকিত বাক্সাৰ কাউলিবাসী

ভুটানৰ পৰা অহা আটাই কেইজন শ্ৰমিককে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰা হৈছে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 27, 2020 3:30 pm
IMG-20200427-WA0088

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ মাজতে ভুটান ৰাষ্ট্ৰৰ ভাংতাৰৰ কাৱৈপানী অঞ্চলত কৰ্মৰত অসমৰ ১০ জনকৈ শ্ৰমিক পাহাৰ বগাই, নৈ পাৰ হৈ খোজকাঢ়ি আহি বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ কাউলীত দেওবাৰে সন্ধিয়া প্ৰৱেশ কৰাৰ পিছত কাউলি অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি হয়।

ইয়াৰে ৫ গৰাকী লোক শোণিতপুৰ জিলাৰ আৰু ৫ গৰাকী লোক নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ কাউলীৰ।

Apply Now

ভুটানৰ ভাংটাৰৰ কাৱৈ পানীত কৰ্মৰত এঘাৰ গৰাকী  শ্ৰমিকে ৰাবিবাৰে পুৱতি নিশা  ৪-০০ বজাৰ পৰা পাহৰুৱা পথেৰে খোজকাঢ়ি আহি কালি সন্ধিয়া ১০ গৰাকী শ্ৰমিক  উপস্থিত হৈছিল নাগ্ৰীজুলিৰ কাউলীত।

এঘাৰ গৰাকীৰ ভিতৰত পথতে এগৰাকী শ্ৰমিক নিখোজ হৈ পৰে। লোক কেইজন খোজ কাঢ়ি আহি কাউলীত উপস্থিত হোৱাৰ পিছত অঞ্চলটোত ক’ৰ’নাৰ আতংকত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

স্থানীয় সচেতন ব্যক্তি সকলে প্ৰথমে লোক কেইজনক আগচি ধৰি সামাজিক দূৰত্ব বজাই ৰাখি কাউলী তৰুণগাঁও প্ৰাথমিক বিদ্যালয়ত ৰাখি থৈ আৰক্ষী প্ৰশাসন আৰু চিকিৎসা কৰ্মীক খবৰ দিয়ে।

খবৰ পাই নিশা ঘটনাস্থলীত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক অসীম বৰা আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈ কাউলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। চিকিৎসকৰ দল এটাও কাউলীৰ তৰুণগাঁৱত উপস্থিত হৈ শ্ৰমিক কেইজনৰ স্বাস্থ্যৰ বুজ লয়।

পিছত লোক কেইজনক নিশাই ১০৮ এম্বুলেন্সৰ দ্বাৰা নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰি আটাইকেইজনকে কোৱাৰেণ্টাইন কৰা হয়।

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ মনোহৰ দাসে জনোৱা মতে নিশা প্ৰায় ১০ মান বজাত ভূটানৰ পৰা অহা শ্ৰমিক কেইজনক কোৱাৰেণ্টাইন কৰা হৈছে। তেওঁলোকে অনাহাৰে থাকি পাহাৰ বগাই, নৈ পাৰ হৈ  খোজকাঢ়ি অহা বাবে যথেষ্ট দুৰ্বল হৈ পৰিছে আৰু আটাইকেইজনকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কোৱাৰেণ্টাইন কৰা হয় আৰু খাদ্যৰ যোগান ধৰা হয়।

বৰ্তমান আটাইকেইজন সুস্থ হৈ আছে বুলিও চিকিৎসক ডাঃ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

 কোৱাৰেণ্টাইনত থকা লোক কেইজন হৈছে শোণিতপুৰ জিলাৰ ৰাম দয়াল পাইক, ৰূপেছ ওৰাং, পাপলু ভূমিজ,  আমজান খান আৰু বাক্সা জিলাৰ কাউলীৰ মহেশ্বৰ বিশ্বাস, সম্ভূ বিশ্বাস,  হিৰো বৈশ্য, অখিল বিশ্বাস, উদয় বৈশ্য আৰু  প্ৰভাত বাক্সি।

উল্লেখ্য যে ভুটান ৰাষ্ট্ৰৰ পৰা মুঠ এঘাৰ জন শ্ৰমিক অসমলৈ উভতি আহিছিল যদিও এগৰাকী শ্ৰমিক দলটোৰ পৰা নিখোজে হৈ আছিল বুলি শ্ৰমিকৰ দলটোৱে প্ৰকাশ কৰিছিল।

নিখোজ হোৱা শ্ৰমিকজনক আৰক্ষীয়ে বিচাৰি আছিল যদিও আজি দিনৰ ভাগত শ্ৰমিকজন নিজে কাউলীত আহি উপস্থিত হয় আৰু তেওঁকো নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হয়। এই লোকজনৰ নাম হ’ল খুদাং মুন্ডা।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd