DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১,১৩৩জন অবৈধ ‘বিদেশী’ ভৰ্তি হৈ আছে অসমৰ মুঠ ৬টা ডিটেনশ্যন কেম্পত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2019 12:54 pm
assam2_102016013254

ডিটেনশ্যন কেম্প। ফাইল ফটো

10.4k
VIEWS
Share on FacebookShare on Twitter

বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা অসমত একতৰফা (ex-parte) সিদ্ধান্তৰে ১৯৮৫ চনৰ পৰা বৰ্তমালৈকে প্ৰায় ৬৪ হেজাৰ লোকক বিদেশী ঘোষণা কৰা হৈছে। মঙলবাৰে লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে এই কথা তথ্য প্ৰকাশ কৰে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে জনাই যে ১৯৮৫ চনৰ পৰা এইবছৰৰ ২৮ ফেব্ৰুৱাৰিলৈকে ৬৩,৯৫৯ জন লোকক অসমত বিদেশী ন্যায়াধিকৰণে একতৰফা সিদ্ধান্তৰে বিদেশী ঘোষণা কৰিছে।

আনহাতে ৰাজ্যত ‘বিদেশী হিচাপে ঘোষিত’সকলক ৰাখিবৰ বাবে থকা মুঠ ৬টা ডিটেনশ্যন কেম্পত যোৱা ২৫ জুনলৈকে ১,১৩৩জন ‘বিদেশী’ক ৰখা হৈছে বুলি তেওঁ কয়। ইয়াৰে ৭৬৯জন এবছৰতকৈ অধিককাল উক্ত ডিটেনশ্যন কেম্পসমূহত থকাৰ বিপৰীতে ৩৩৫জন ৩বছৰতকৈ অধিক কাল আছে।

তদুপৰি ডিটেনশ্যন কেম্পত বন্দী হৈ থকা লোকসকলক প্ৰয়োজন হ’লে জিলা আইনী সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা বিনামূলীয়াকৈ আইনী সেৱা আগবঢ়োৱা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd