• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙত বিদ্যুৎস্পৃষ্ট হৈ দুটা হাতীৰ কৰুণ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , February 27, 2018 1:12 pm

1 min read

electric
82
VIEWS
Share on FacebookShare on Twitter

শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবে ধনশিৰি চাহ বাগিচাত পুনৰ দুটাকৈ হাতীয়ে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত।

জানিব পৰা মতে সোমবাৰে কাৰ্বি আংলং জিলাৰ বোকাজান চাহ বাগিচাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত অৱস্থিত ধনশিৰি চাহ বাগিচাত এই ঘটনাটো সংঘটিত হয়।

কাৰ্বি আংলঙৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বন বিভাগৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি চাহ বাগিচাখনেৰে হাতীৰ জাক এটা পাৰ হোৱাৰ সময়তে উক্ত দুর্ঘটনাটো সংঘটিত হয়।

বিদ্যুৎ পৰিবাহী তাঁৰত লগাৰ বাবে হাতী দুটাৰ থিতাতে মৃত্যু ঘটে। মৃত দুয়োটা হাতীয়ে প্ৰাপ্ত বয়স্ক আছিল বুলি সদৰী কৰিছে বন বিভাগৰ সূত্ৰই।
উল্লেখ্য যে খাদ্যৰ সন্ধানত এইদৰে হাতীৰ জাক সমযে সমেয বাগিচালৈ আহে আৰু উভতি যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাবটি লয়।
এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে চৰকাৰক বাৰম্বাৰ বন্যপ্ৰাণীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাই আহিছে যদিও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

শেহতীয়াভাৱে অৰ্থাৎ সোমবাৰৰ এই ঘটনাই সংশ্লিষ্ট বিভাগ কেইটাৰ ব্যৰ্থতাকে সূচাইছে বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd