DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধ : টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2019 10:11 am
50248141_988258334898282_5073445606052069376_n
695
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ লগতে চাৰিগৰাকী ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া গোলাঘাট বন্ধৰ সৰ্বাত্মক পৰিছে জিলাখনত।

আজি পুৱাই গোলাঘাট নগৰৰ বিভিন্ন স্থানত বন্ধ সমৰ্থনকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ অন্তৰ্গত নুমলীগড়তো গোলাঘাট জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে। তদুপৰি, ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ কৰা দেখা যায়।

উল্লেখযোগ্য যে যোৱা ৮ জানুৱাৰিত আছুৱে আহ্বান জনোৱা অসম বন্ধৰ সময়ছোৱাত গোলাঘাটৰ বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰা, চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ উপ–সভাপতি অসীম শইকীয়া, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুত শইকীয়া আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা ৰাজীৱ লস্কৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

সেয়েহে, উক্ত সংগঠনকেইটাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে যোৱা ৮ জানুৱাৰিত বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰিজন ছাত্ৰ নেতাক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত আজি ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধৰ আহ্বান জনাইছিল।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd