• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ আশ্ৰয় গৃহত ২০ দিনত ৰহস্যজনকভাৱে ১৩জন শিশুৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2024 4:49 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহকুমাধিপতিৰ তদন্তত দেখা গৈছে যে বিগত ২০ দিনত দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত বিশেষভাৱে সক্ষম লোকৰ আশ্ৰয় গৃহত ১৩জন শিশুৰ মৃত্যু হৈছে। এই পৰ্যন্ত ৰোহিনীৰ আশা কিৰণ আশ্ৰয় গৃহত জানুৱাৰী মাহৰ পৰা ২৭ জনৰ মৃত্যু হোৱাৰ বাতৰিয়ে বিজেপিৰ পৰা অৱহেলা আৰু জীৱন-যাপনৰ দুৰ্বলতাৰ অভিযোগ উত্থাপন কৰিছে৷

আশা কিৰণ আশ্ৰয় গৃহত মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। যোৱা বছৰৰ তুলনাত মৃত্যুৰ সংখ্যা বহু বেছি হোৱাটো লক্ষ্য কৰি এছডিএম-এ কয় যে মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে জানিব পৰা যাব।

এছডিএমৰ প্ৰতিবেদনত শিশুসকলক যোগান ধৰা খোৱাপানীৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

Apply Now

গাফিলতিৰ বাবে আপ চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ সময়তে নেশ্যনেল কমিছন ফৰ উইমেনে আশ্ৰয় গৃহলৈ তথ্য বিচাৰি উলিওৱা দল এটা প্ৰেৰণ কৰিছে।দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত নৈশ আশ্ৰয় শিবিৰৰ অডিটও এন চি ডব্লিউৱে চলাই আছে বুলিও কয়।

দিল্লীৰ মন্ত্ৰী আতিশীয়ে অৱশ্যে মৃত্যুৰ সংখ্যাক লৈ মতানৈক্য প্ৰকাশ কৰি ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব (এচিএছ)ক দণ্ডাধীশৰ তদন্ত আৰম্ভ কৰি ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কয়। তেওঁৰ পত্ৰত উল্লেখ কৰিছে যে ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা আশ্ৰয় গৃহত ১৪ জন লোকৰ মৃত্যু হৈছে।

আনহাতে, যিসকল লোকৰ গাফিলতিৰ বাবে মৃত্যু হৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শও বিচাৰিছে মন্ত্ৰীগৰাকীয়ে। ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবেও পৰামৰ্শমূলক ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছিল।

দিল্লী বিজেপিৰ এটা দলো আশা কিৰণৰ আশ্ৰয় গৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

বিজেপিক তীব্র প্রতিক্রিয়া দি দিল্লীৰ মন্ত্রী গোপাল ৰায়ে কয় যে গেৰুৱা দলৰ নেতাসকলে ময়ুৰ বিহাৰৰ নলাত উটি যোৱা মাতৃ-পুত্রৰ ঘৰলৈ যোৱা নাছিল৷

লগতে সংশ্লিষ্ট মন্ত্ৰীগৰাকীয়ে গোচৰটো তীক্ষ্ণ দৃষ্টিৰে চোৱা-চিতা কৰি আছে আৰু দোষী লোকক ৰেহাই দিয়া নহ’ব বুলিও তেওঁ কয়। দিল্লী চৰকাৰ ৰাইজৰ সৈতে থিয় দিছে বুলিও তেওঁ কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd