• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিৰ ১৩৭টা ভূমিহীন পৰিয়াললৈ আগবঢ়ালে মাটিৰ পট্টা

চাজিদ খান চাজিদ খান
ওদালগুৰি , November 20, 2018 7:24 pm

1 min read

IMG-20181120-WA0051

ফটো : নৰ্থ-ইষ্ট নাও

213
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে ৪ নৱেম্বৰৰ পৰা আৰম্ভ কৰা ৰাজ্যৰ প্ৰায় ১১,৫০০ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা পদক্ষেপৰ অংশ হিচাপে সোমবাৰে ওদালগুৰি জিলাৰ অসম-অৰুণাচল সীমান্তৰ উত্তৰ মাজবাট চহৰৰ পৰা প্ৰায় ২৫কিলোমিটাৰ নিলগৰ চিকাৰীদংগা গাঁৱৰ ১৩৭টা ভূমিহীন পৰিয়ালৰ মাজত মাটিৰ পট্টা প্ৰদান কৰা হয়।

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে কালি উক্ত পৰিয়ালসমূহক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰি নিজৰ ভাষণ প্ৰসংগত কয় যে দীৰ্ঘদিন ধৰি ভূমিহীন পৰিয়াল সমূহে কৰি অহা দাবী এতিয়া লাহে লাহে পূৰণ হ’বলৈ গৈ আছে। ইফালে এক সূত্ৰৰ পৰা জানিব পৰা মতে ওদালগুৰিৰ এই পৰিয়ালসমূহে ১৯৩৫ চনৰ পৰাই পট্টা অবিহনে বসবাস কৰি আছিল।

আনহাতে মাটিৰ পট্টা প্ৰদান অনুষ্ঠানত মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৱেও ভাষণ প্ৰদান কৰা দেখা যায়। অনুষ্ঠানত বিটিচি কাৰ্যবাহী সদস্য শ্যম সুন্দী, বিটিচি এম চি এল এ ৰিপেন দৈমাৰী, ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাস, ডি এফ অ’ এম কে শৰ্মাৰ লগতে বহুতো গণ্য মান্য লোক উপস্থিত থাকে।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd