DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মধ্যপ্ৰদেশত ভয়ানক পথ দুৰ্ঘটনা : ১৫ জন নিহত, আহত কমেও অৰ্ধ শতাধিক লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2023 2:29 pm
71
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। বিজেপিৰ সমাৱেশলৈ যোৱা যাত্ৰীৰ গাড়ী দুৰ্ঘটনা হৈ মৃত্যু হৈছে কেইবাজনো লোকৰ। শুকুৰবাৰে দিনত মশ্যপ্ৰদেশ বিজেপিয়ে মধ্যপ্ৰদেশৰ সিদ্ধিত আয়োজন কৰিছিল এক বিশাল গণ সমাৱেশ। এই সমাৱেশলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অনুষ্ঠানটোত উপস্থিত আছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে বহু গণ্য মান্য বিজেপি নেতা।

সেই সমাৱেশত অংশ ল’বলৈ বুলি মধ্যপ্ৰদেশৰ বিভিন্ন স্থানৰ পৰা গাড়ীয়ে গাড়ীয়ে লোক গৈছিল সিদ্ধিলৈ। সেই অনুষ্ঠানৰ পৰা নিশা বাছসমূহ উভটি অহাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকে তিনিখনকৈ যাত্ৰীবাহী বাছত খুন্দা মাৰে। ফলত দুখনকৈ বাছ পথৰ পৰা বাগৰি দ খাৱৈত সোমাই পৰে আৰু আনখন বাছ পথৰ ওপৰতে বাগৰি পৰে। 

জানিব পৰা মতে ঘটনাস্থলীতে ৮ গৰাকীকৈ লোক নিহত হয়। যাত্ৰীসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পাতাললৈ লৈ যোৱা হয় যদিও এই মুহূৰ্তলৈকে এই ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Madhya Pradesh News: सीधी जिले में बड़ा सड़क हादसा, तीन बसें पलटी, 5 लोगों की मौत#mpnews #sidhinews #busaccident #Naidunia https://t.co/c5TafL4bEf pic.twitter.com/lydGPSyZIN

— NaiDunia (@Nai_Dunia) February 24, 2023

লগতে জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত অধিক সংখ্যক যাত্ৰীৰেই অৱস্থা সংকটজনক। চিকিৎসাধীন হৈ থকা আৰু বহুকেইজন যাত্ৰী মৃত্যুমুখত পৰাৰ আশংকা কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। 

ইতিমধ্যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দুৰ্ঘটনাগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দি চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছে।

Recent News

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd