• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 19, 2021 9:25 am

1 min read

WhatsApp Image 2021-01-19 at 8.59.32 AM

প্ৰতিনিধিত্বমূলক ফটো।

1.4k
VIEWS
Share on FacebookShare on Twitter

নিশা ফুটপাথত শুই থকা লোকৰ ওপৰেৰে পাৰ হৈ গ’ল ট্ৰাক। গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা।

বাতৰি অনুসৰি, এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু হৈছে আৰু আন ৬জন লোক আহত হৈছে।

জানিব পৰা মতে, চুৰাটৰ কোছাম্বাত মাজনিশা এখন ট্ৰাকে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই ফুটপাছত শুই থকা লোকৰ ওপৰেৰে পাৰ হৈ যায়।

বাতৰি মতে, নিহত লোকসকলৰ আটাইকেইজন ৰাজস্থানৰ বান্সৱাদা জিলাৰ বাসিন্দা। তেওঁলোকে প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে গুজৰাটত কাম কৰিবলৈ আহিছিল।

চুৰাটৰ আৰক্ষী অধীক্ষক চি এম জাডেজাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে, ‘’সম্পূৰ্ণ বোজা কঢ়িয়াই অনা ট্ৰাকখনৰ সৈতে এখন ট্ৰেক্টৰৰ খুন্দা লগাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন ফুটপাথত শুই থকা লোকসকলক মহটিয়াই লৈ যায়।‘’

ঘটনাস্থলীত ১৩জনলোকৰ মৃত্যু হয় আৰু পাছত আহতসকলৰ মাজৰ আন দুজন লোকৰ মৃত্যু হয়।

বাকী আহতসকলক হাস্পাতলত ভৰ্তি কৰা হৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

গোটেই দিন কাম শেষ কৰি বহু শ্ৰমিকে ফুটপাথতে শুই পৰিছিল। শুই থকা অৱস্থাতে সংঘটিত আকস্মিক দুৰ্ঘটনাটোত কোনোৱে তত ধৰিব নোৱাৰিলে।

মৰ্মান্তিক এন দুৰ্ঘটনাটোৱে অঞ্চলতটোত শোকৰ ছাঁ পেলাইছে। আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কাৰ্য চলাইছে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd