• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঔৰংগাবাদত ঘৰলৈ ওভতাৰ পথত ৰে’ল লাইনত শুই পৰা ১৫ জন শ্ৰমিকক মহটিয়াই নিলে ৰে’লে

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , May 8, 2020 9:06 am

1 min read

75615604

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

1k
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ জালনাৰ সমীপত সংঘটিত হৈছে এক মৰ্মান্তিক ৰে’ল দুৰ্ঘটনা।

পুৱতি নিশা প্ৰায় ৬-৩০বজাত এখন মালবাহী ৰে’লে মহটিয়াই নিলে ১৫জন প্ৰব্ৰজিত শ্ৰমিকক।

বাতৰি অনুসৰি, এই শ্ৰমিককেইজন মধ্য প্ৰদেশৰ নিজ ঘৰলৈ উভতি গৈ আছিল।

শ্ৰমিক কেইজনে ৰে’ল লাইনৰ ট্ৰেকত ধৰি খোজ কাঢ়ি গৈ আছিল।

ৰে’লৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, নিশা শ্ৰমিক কেইজনে ট্ৰেকৰ ওপৰতে শুই পৰিছিল।

শুকুৰবাৰে পুৱতি নিশা তেওঁলোকৰ ওপৰেৰে মালবাহী ট্ৰেইনখন পাৰ হৈ যায়।

লকডাউনৰ মাজতে বিভিন্ন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলক ঘৰলৈ পঠিওৱাৰ বাবে বিশেষ শ্ৰমিক ৰে’ল চলোৱা আৰম্ভ কৰা হৈছে।

ইয়াৰ মাজতে বহুতেই খোজকাঢ়ি ঘৰলৈ ওভতাৰ চেষ্টা কৰিছে।

এনেদৰে খোজকাঢ়ি বা চাইকেলেৰে কেইবাশ কিলোমিটাৰ যাত্ৰা কৰা কেইবাজনো লোক মৃত্যু মুখত পৰা বাতৰিও পোৱা গৈছে।

কিন্তু এইবাৰ মহাৰাষ্ট্ৰত সংঘটিত হ’ল লকডাউনৰ সময়ৰ আটাইতকৈ মৰ্মান্তিক ঘটনাটো।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd