• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে ভাৰতত অনুপ্ৰৱেশৰ বাবে সাজু ১৫০ পাকিস্তানী সন্ত্ৰাসবাদী : জম্মু আৰু কাশ্মীৰৰ ডিজিপি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 6, 2020 9:40 pm

1 min read

ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে ভাৰতত অনুপ্ৰৱেশৰ বাবে সাজু ১৫০ পাকিস্তানী সন্ত্ৰাসবাদী : জম্মু আৰু কাশ্মীৰৰ ডিজিপি

দিবাং সিং

634
VIEWS
Share on FacebookShare on Twitter

পাকিস্তান অধীকৃত কাশ্মীৰৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ বাবে ১৫০ গৰাকী পাকিস্তানী সন্ত্ৰাসবাদী সাজু হৈছে।

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিবাং সিঙে সংবাদমেলত এই চাঞ্চল্যকৰ স্বীকাৰোক্তি কৰে।

‘‘কাশ্মীৰৰ কুপৱাৰাত ৫ এপ্ৰিলত সুৰক্ষা বাহিনীৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত পাঁচ গৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছিল,’’ দিবাং সিঙে লগতে কয়।

ক’ৰ’নাৰ সংক্ৰমণৰ সময়তো পাকিস্তান ভূমিৰ পৰা ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা অব্যাহত ৰখা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ ব্যৰ্থ কৰাৰ বাবে ভাৰতীয় সুৰক্ষা বাহিনীৰ জোৱন সকল সম্পুৰ্ণৰূপে সষ্টম হৈ আছে বুলিও আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, আজি সেনা বাহিনীৰ সৈতে হোৱা প্ৰচণ্ড গুলীয়াগুলীত পাকিস্তান সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ শীৰ্ষস্থানীয় কামাণ্ডাৰ ৰিয়াজ নাইকো নিহত হয়।

দুদিন পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত এগৰাকী জম্মু-কাশ্মীৰ আৰক্ষী জোৱানৰ লগতে চাৰি গৰাকী সেনা বাহিনীৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছিল।

এই সংঘৰ্ষত সময়ত এগৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। সন্ত্ৰাসবাদী সকলে আশ্ৰয় লৈ থকা সাধাৰণ নাগৰিকৰ জীৱন বচোৱাৰ বাবেই সেনা বাহিনীৰ জোৱান কেইগৰাকীয়ে শ্বহীদ হয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd