• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এছ বি আই য়ুথ ফ’ৰ ইণ্ডিয়া’ ফেল’ছিপৰ ২০১৮-১৯ বৰ্ষৰ বাবে আবেদনপত্ৰ আহ্বান

চাজিদ খান by চাজিদ খান
March 27, 2018 8:37 pm
Youth-for-India-
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এছ বি আই য়ুথ ফ’ৰ ইণ্ডিয়া’ নামৰ এছ বি আই ফাউণ্ডেশনৰ  ফ্লেগশ্বিপ  কাৰ্যসূচীটো ভাৰতৰ এটা মুখ্য গ্ৰাম্য বিকাশ কাৰ্যসূচী সমূহৰ এটা হিচাপে পৰিগণিত হৈছে। ১৩ মাহ জোৰা এই ফেল’ছিপ কাৰ্যসূচীটোয়ে ভাৰতৰ উঠি অহা উজ্বল যুৱশক্তিক অভিজ্ঞ বেচৰকাৰী সংস্থাসমূহৰ সৈতে গ্ৰাম্য বিকাশৰ কাৰ্যসূচীত একেলগে কাম কৰাৰ বাবে সামৰ্থ্যবান কৰি তুলিব।  গ্ৰাম্য ভাৰতৰ আটাইতকৈ কঠিন  প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে এই ফেল’ছিপ এটা সৰ্বোত্তম সুযোগ।

তিনিটা প্ৰখ্যাত বেচৰকাৰী সংস্থাৰ সহযোগিতাৰ এই ফেল’ছিপ আৰম্ভ কৰা হৈছিল ২০১১ চনত । এই ফেল’ছিপৰ পৰীক্ষামূলক চামটোত (pilot batch) সন্নিবিষ্ট ২৭গৰাকী ফেল’ই  কৃতকাৰ্যতাৰে নিজৰ ফেল’ছিপ সম্পন্ন কৰিছিল। প্ৰথমটো চামৰ প্ৰভাৱ সম্পৰ্কে এটা পুনৰীক্ষণ সম্পন্ন কৰাৰ পিছত ২০১৪ৰ ছেপ্টেম্বৰত ফেল’ছিপটোৰ পৰিবৰ্ধন সাধন কৰা হৈছিল আৰু দ্বিতীয়টো চাম আৰম্ভ কৰা হৈছিল।

Apply Now

পূৰ্বৰ চাৰিওটা চামৰ ফেল’সকলে স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, সামাজিক উদ্যোগ ইত্যাদি  ১২টা গুৰুত্বপূৰ্ণ বিষয়ভিত্তিক কাৰ্যসূচীৰ অন্তৰ্গত বৈচিত্ৰপূৰ্ণ বিষয়ৰ ওপৰত কাম কৰিছিল। বেচৰকাৰী সংস্থাটো, গ্ৰাম্য সম্প্ৰদায়টো বা নতুন চামটোৱে তেওঁলোকৰ কাম আগবঢ়াই নিছিল। ২০১৬-১৭ৰ ৫৪জনীয়া  চামটোৱে অকলেই ৩০টা গ্ৰাম্য স্থানৰ ২৫০০টা পৰিয়ালক উপকৃত কৰিছিল।

বৰ্তমান ৭৪জনীয়া পঞ্চম চামটোৱে ভাৰতৰ ১২খন ৰাজ্যৰ ৩৫টা গ্ৰাম্য এলেকাত নিজৰ ফেল’ছিপ অভিযান কৰি আছে। তেওঁলোকৰ সৈতে সহযোগিতা কৰিছে বি এ আই এফ ডেভেলপমেণ্ট ৰিছাৰ্চ ফাউণ্ডেশ্যন, ধন ফাউণ্ডেশ্যন, গ্ৰাম বিকাশ, সেৱামন্দিৰ, এ কে আৰ এছ পি-আই আৰু বেয়াৰফুট কলেজ নামৰ ৬টা বেচৰকাৰী সংস্থাই। ভাৰতীয় ষ্টেইট বেংকৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকৰ পূৰ্বৰ চামৰ প্ৰায় ৬০শতাংশ- ১৮০গৰাকীতকৈও অধিক সদস্যই  বিকাশৰ খণ্ডটোৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।

২০১৮-১৯ বৰ্ষৰ চামৰ বাবে আবেদনপত্ৰ গ্ৰহণ ইতিমধ্যে আৰম্ভ কৰা হৈছে। ‘এছ বি আই য়ুথ ফ’ৰ ইণ্ডিয়া’ৰ মতে প্ৰতি বছৰেই এই  ফেল’ছিপক আৰু এঢাপ আগবঢ়াই নিয়া হয় আৰু সমাজৰ কল্যাণৰ বাবে অধিক যুৱশক্তিক  অনা হয়। এইবাৰো ‘এছ বি আই য়ুথ ফ’ৰ ইণ্ডিয়া’ শ্ৰেণীকোঠাৰ বাহিৰলৈ গৈ পৃথিৱীখনত কাম কৰিব খোজা যুৱশক্তিৰ সন্ধানত আছে।

সৱলীকৃত যুৱশক্তিক পিছপৰা গ্ৰামাঞ্চলৰ বিকাশৰ বাবে যুক্ত কৰাত এই কাৰ্যসূচীৰ ভূমিকা সম্পৰ্কত এছ বি আই ফআউণ্ডেশ্যনৰ ভূমিকা সন্দৰ্ভত পৰিচালন সঞ্চালক মহেন্দ্ৰ কুমাৰ ৰেখিয়ে কৈছে, ‘এছ বি আই ফেল’ছিপৰ লক্ষ্য হৈছে এছ বি আই ফেল’ছিপক গ্ৰাম্য সমাজৰ কল্যাণৰ বাবে যুৱচামৰ দক্ষতা ব্যবহাৰ কৰাৰ এটা মঞ্চ হিচাপে গঢ়ি তোলা। প্ৰত্যক্ষভাৱে সম্প্ৰদায়সমূহক সৱলীকৰণ কৰি সম্প্ৰদায়সমূহৰ উন্নতি সাধন কৰাৰ প্ৰচেষ্টাত আছোঁ। আমি বিছাৰোঁ যে আৰু অধিক যুৱক-যুৱতী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমাজৰ বিকাশত অৰিহণা যোগাওক।‘

আগ্ৰহীসকলে অনলাইন যোগে আৱেদনপত্ৰ জমা দিব পাৰে। অধিক তথ্যৰ বাবে তলৰ লিংকত ক্লিক কৰিব পাৰে:  www.sbiyouthforindia.org. অধিক জনাৰ বাবে ইমেইল কৰিব পাৰে: [email protected]

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd