• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাপ মোচৰ বাবে আন্তঃসত্ত্বা দলিত কিশোৰীক হত্যা কৰি নদীত উতুৱাই দিলে পিতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 7, 2020 2:49 pm
‌deadbody
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ হাথৰাছৰ গণধৰ্ষণ কাণ্ডই দেশজুৰি সৃষ্টি কৰা কঁপনি মাৰ নৌযাওতে পুনৰ ৰাজ্যখনৰ আন এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যোগীৰাজ্যত।

যোগী আদিত্যনাথৰ শাসিত ৰাজ্যখনত এইবাৰ এগৰাকী দলিত আন্তঃসত্ত্বা কিশোৰীক নিজ পিতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰাৰ খবৰ আহিছে।

Apply Now

ঘটনাৰ বিৱৰণীৰ অনুসৰি যোগীৰাজ্যৰ চাহজাহানপুৰ জিলাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা নিখোজ হৈ আছিল।

কিশোৰী গৰাকী নিখোজ হোৱাৰ খবৰ পাই স্থানীয় আৰক্ষীয়ে বিচাৰ খোচাৰ আৰম্ভ কৰোতেই সমগ্ৰ কাণ্ডটো পোহৰলৈ আহে।

জানিব পৰা মতে কোনোদিন স্কুললৈ প্ৰেৰণ নকৰা কিশোৰী গৰাকীক এজন আত্মীয় ঘৰত ৰাখিছিল পিতৃয়ে।

আত্মীয় ঘৰত থকা অৱস্থাতে কিশোৰী গৰাকীয়ে গৰ্ভধাৰণ কৰে। কিশোৰী গৰাকীৰ শৰীৰত গৰ্ভধাৰণৰ উপসৰ্গ ফুটি উঠাৰ পিছত পৰিয়াল লোকে এই বিষয়ে প্ৰশ্ন কৰে যদিও কোনো সুদুত্তৰ লাভ নকৰিলে কিশোৰী গৰাকীৰ পৰা।

কোনো সুদুত্তৰ নেপায় পৰিয়ালৰ লোকে ধৰ্ষণৰ বলি হৈ আন্তঃসত্ত্বা হোৱাৰ সন্দেহ কৰে কিশোৰী গৰাকীক।

ইফালে পৰিয়ালৰ লোকে লোকলজ্জাৰ ভয়ত সমাজ তথা লোকচক্ষুৰ পৰা সমগ্ৰ ঘটনাক্ৰম লুকুৱাই ৰাখে যদিও কিশোৰী গৰাকীৰ শৰীৰৰ গৰ্ভধাৰণৰ উপসৰ্গ স্থানীয় লোকৰ চকুত ধৰা পৰে।

ইয়াৰ পিছতে দলিত কিশোৰী গৰাকীৰ পিতৃয়ে নিজ পুত্ৰৰ সহযোগত নিজ কন্যাক হত্যা কৰে বুলি জানিবলৈ দিছে চাহজানপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আনন্দে।

আৰক্ষীৰ সূত্ৰৰ মতে কিশোৰী গৰাকীক মাৰধৰ কৰাৰ পিছত শ্বাসৰুদ্ধ কৰি হত্যা কৰা হয়। ইয়াৰ পিছতে প্ৰমাণ নষ্ট কৰিবলৈ কিশোৰী গৰাকীক শিৰচ্ছেদ কৰি নদীত উতুৱাই দিয়ে। আৰক্ষীয়ে নদীৰ এটা চৰৰ পৰা কিশোৰী গৰাকী খণ্ডিত মৃতদেহটো উদ্ধাৰ কৰিছে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২(হত্যা) আৰু ২০১(প্ৰমাণ নষ্ট কৰাৰ চেষ্টা) ধাৰাত গোচৰ ৰুজু কৰি কিশোৰী গৰাকীৰ পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে অভিযুক্ত কিশোৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃ গৰাকী এতিয়াও পলাতক বুলি জানিলৈ দিছে আৰক্ষীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd