• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈত প্ৰতিশ্ৰুতিৰ বন্যা শিক্ষা মন্ত্ৰীৰ : ৰাজ্যত ৮খন নতুন মহিলা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
March 30, 2018 10:40 pm
ফাইল ফটো।

ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈৰ মহিলা আৰু শিক্ষাৰ্থীসকলৰ মংগলৰ হকে এলানি আঁচনি প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে।

বিজেপিৰ চৰকাৰত মন্ত্ৰিত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মঙলদৈ ভ্ৰমণ কৰা বিত্ত মন্ত্ৰীজনে ইায়াৰে ভালেকেইটা ৰাজহুৱা  কাৰ্সূচীত অংশগ্ৰহণ কৰে।

Apply Now

১০০ টা আত্মসহায়ক গোটলৈ প্ৰতিটোকে ১০ হাজাৰ টকাকৈ সাহায্যৰ চেক বিতৰণিৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি অহা মাহৰ পৰা কনকলতা মহিলা সবলীকৰণ নামৰ এখন আঁচনি প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে।

মন্ত্ৰীজনে জনোৱা মতে ১ এপ্ৰিলত এই আঁচনিখন উদ্বোধন কৰিব অসমৰ মুখ্য মন্ত্ৰীয়ে। এই আঁচনিৰ অধীনত প্ৰতিটো আত্মসহায়ক গোটক ২৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব আৰু চতুৰ্থ বছৰত এই পৰিমাণ ২ লাখলৈ বৃদ্ধি কৰা হ’ব।

মন্ত্ৰীজনে কয় যে ৰাজ্যত ৮খন নতুন মহিলা মহাবিদ্যালয় খোৱা হ’ব। লগতে প্ৰায় ১ লাখ মেধাৱী ছাত্ৰীলৈ স্কুটি দিয়া হ’ব আৰু অবিবাহিত ছোৱালীলৈ পেন্সন আগ বঢ়োৱা হ’ব।

ইয়াৰ পূৰ্বে মঙলদৈ মহাবিদ্যালয়ত এটা প্ৰশাসনিক ভৱন উদ্বোধন কৰি ৰাজ্যখনৰ শিক্ষা মন্ত্ৰীজনে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ কথা কয়। তেওঁ অহা শিক্ষাবৰ্ষৰ পৰা দুখীয়া ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিক স্তৰতো বিনামূলীয়াকৈ পাঠ্যপুথি দিয়াৰ কথা ঘোষণা কৰে। তেওঁ বিনামূলীয়া নামভৰ্তি আঁচনিখন স্নাতক পৰ্য্যায়ৰ তৃতীয় বৰ্ষলৈকে সম্প্ৰসাৰিত কৰাৰ কথা কয়। লগতে মহাবিদ্যালয়খনৰ চৌহদত নিৰ্মীয়মাণ ছুইমিং পুল আৰু এটা নতুন পুথিভঁৰাল নিৰ্মাণৰ বাবে ২ কোটি টকা অনুদান দিয়াৰ কথা ঘোষণা কৰে।

মন্ত্ৰীজনে মঙলদৈ অসামৰিক চিকিৎসালয়ত এশখন বিছনাযুক্ত প্ৰসূতি আৰু কেঁচুৱাৰ চিকিৎসা গোট (Maternity and Child Health unit) স্থাপন কৰাৰ প্ৰতিশ্ৰুতও দিয়ে।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd