• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ভেটী লৈ থাকোতেই নিউ ইণ্ডিয়া এছিউৰেন্স কোম্পানিৰ শাখা প্ৰবন্ধকক হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে চি বি আয়ে

অনন্ত স্মিথ by অনন্ত স্মিথ
March 31, 2018 7:28 pm
ঘোচ লৈ থাকোতেই চি বি আয়ে গ্ৰেপ্তাৰ কৰা দেৱব্ৰত ৰক্ষিত।

ঘোচ লৈ থাকোতেই চি বি আয়ে গ্ৰেপ্তাৰ কৰা দেৱব্ৰত ৰক্ষিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি শিৱসাগৰ চহৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, চি বি আয়ে কে পি চাৰি আলিত থকা নিউ ইণ্ডিয়া এছিউৰেন্স নামৰ বীমা কোম্পানিটোৰ শাখা প্ৰবন্ধকক ভেটী লৈ থকা অৱস্থাতে হাতে-লোটে ধৰে।

জানিব পৰা মতে শাখা প্ৰবন্ধক দেৱব্ৰত ৰক্ষিতে বহু দিনৰ পৰাই গ্ৰাহকৰ পৰা তেওঁলোকৰ গাড়ীৰ বীমাৰ ধন (ক্লেইমৰ ধন) মোকলাই দিবলৈ ঘোচ বিচাৰি আহিছিল।

Apply Now

কিন্তু এশ গৰু মাৰিলে বাঘৰো মৃত্যু হোৱাৰ দৰে আজি সেই কাম কৰিবলৈ গৈয়ে চি বি আইৰ জালত পৰিল শাখা প্ৰবন্ধকজন। জানিব পৰামতে এখন গাড়ীৰ বীমাৰ ধন মুকলি কৰি দিয়াৰ বিনিময়ত ৰক্ষিতে পৰীক্ষিত বৰুৱা নামৰ এজন ব্যক্তিৰ পৰা ধন বিচাৰিছিল।

পৰীক্ষিত বৰুৱাৰ উক্ত বাণিজ্যিক গাড়ীখন দুবছৰৰ আগতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বাহনখনৰ বীমাৰ ধন এক লাখ টকা মুকলি কৰি দিয়াৰ বাবে তেওঁ ১০ হাজাৰ টকা দাবী কৰিছিল। তাৰ পিছতে গ্ৰাহক বৰুৱাই চি বি আইৰ গুৱাহাটীৰ কাৰ্য্যালয়ত অভিযোগ দিয়ে। তেওঁৰ অভিযোগৰ ভিত্তিত আজি চি বি আয়ে অভিযান চলাই প্ৰবন্ধক ৰক্ষিতক গ্ৰেপ্তাৰ কৰে।

সূত্ৰটোৱে জনোৱা মতে, আজি চি বি আইৰ পৰামৰ্শ ক্ৰমে পৰীক্ষিত বৰুৱাই উৎকোচৰ ১০ হাজাৰ টকা ধন দিবলৈ যায় আৰু ৰক্ষিতে পৰীক্ষিতৰ পৰা টকা গ্ৰহণ কৰোতেই চি বি আয়ে তেওঁক হাতে-লোটে ধৰে। লগতে কাৰ্যালয়ত প্ৰবন্ধকজনক জেৰা কৰি বহু সামগ্ৰীও জব্দ কৰিছে। জানিব পৰামতে দেৱব্ৰত ৰক্ষিতক গ্ৰেপ্তাৰ কৰি চি বি আইৰ দলটোৱে গুৱাহাটীলৈ নিছে।

অনন্ত স্মিথ

অনন্ত স্মিথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd