• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামত ১৭ গৰাকী বি এছ এফৰ জোৱান কোভিড-১৯ প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 9, 2020 4:35 pm

1 min read

মিজোৰামত ১৭ গৰাকী বি এছ এফৰ জোৱান কোভিড-১৯ প’জিটিভ
641
VIEWS
Share on FacebookShare on Twitter

মিজোৰামত দেওবাৰে সোতৰ গৰাকী বি এছ এফৰ জোৱানকে ধৰি মুঠ ৪৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰ ফলত মিজোৰামত ক’ৰ’না আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৬০৮ গৰাকীলৈ বৃদ্ধি পালে।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনোৱা মতে, দেওবাৰে মিজোৰামত ক’ৰ’না আক্ৰান্ত হোৱা ৪৩ গৰাকী লোকৰ ভিতৰত এগৰাকী চিকিৎসা বিষয়া, দুগৰাকী আৰক্ষী বিষয়া আৰু ১৮ গৰাকী ট্ৰাক ড্ৰাইভাৰো আছে।

আনহাতে, পাঁচ বছৰীয়া আৰু সাত বছৰীয়া দুগৰাকী শিশুৰ দেহটো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

আনহাতে, উত্তৰপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা উভতি অহাৰ পাছত দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা বি এছ এফৰ জোৱান কেইগৰাকীক বৰ্তমান কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছে।

তদুপৰি, অসম আৰু ৰাজস্থানৰ পৰা যোৱা ট্ৰাক চালক আৰু সহায়ক কেইগৰাকীকো বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, মিজোৰামত বৰ্তমান ৩১২ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে ২৯৬ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd