• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতা মাত্ৰ ১৮ ইঞ্চি! এইবাৰৰ কুম্ভ মেলাৰ প্ৰধান আকৰ্ষণ হ’ব এইগৰাকী নাগা সাধু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2021 8:27 pm
Art_03-27-02.58.26
857
VIEWS
Share on FacebookShare on Twitter

হৰিদ্বাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিখ্যাত কুম্ভ মেলাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে।

এনে সময়তে এগৰাকী নাগা সাধুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

মাত্ৰ ১৮ ইঞ্চি উচ্চতাৰ এই গৰাকী নাগা সাধুৱে এইবাৰৰ কুম্ভ মেলাত ভাগ ল’ব বুলি ঘোষণা কৰিছে। সম্ভৱতঃ বিশ্বৰ আটাইতকৈ চাপৰ এই গৰাকী সাধুক চাবলৈ সেয়ে এইবাৰৰ কুম্ভ মেলা৩ত দেশ-বিদেশৰ ভক্তই হেতা-ওপৰা লগোৱাৰ সম্ভাৱনাই বেছি বুলি বহুতে মন্তব্য কৰিছে।

নাৰায়ণ নন্দ গিৰি মহাৰাজ নামৰ এই গৰাকী ১৮ ইঞ্চি উচ্চতাৰ নাগা সাধুৰ বয়স ৫৫ বছৰ।

অতি কম উচ্চতাৰ হোৱা বাবে তেওঁ থিয় হ’ব অথবা খোজ কাঢ়িব নোৱাৰে।

উমেশ নামৰ এগৰাকী ভক্তই তেওঁক বছৰৰ পিছত বছৰ ধৰি আলপৈচান ধৰি আহিছে।

শিৱ ভক্ত নৰায়ণ নন্দ গিৰি মহাৰাজে প্ৰতিদিনেই ভক্তি ভাবেৰে শিৱৰ আৰাধনা কৰি আহিছে। তেওঁৰ ভক্তৰ সংখ্যাও এতিয়া লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছে।

অতি কম পৰিমাণে আহাৰ গ্ৰহণ কৰা নাগা সাধু গৰাকীৰ আশীৰ্বাদ ল’বলৈ প্ৰতিদিনে বহু ভক্ত তেওঁৰ কাষলৈ আহে।

তেওঁ দীৰ্ঘদিন ধৰি শিৱৰ তপস্যা কৰিছিল বুলিও বহুতে কৈ আহিছে।

সাধু গৰাকীৰ অৱশ্যে নিজস্ব কোনো স্থায়ী ঠিকনা নাই। তেওঁ সমগ্ৰ দেশ মাথো ভ্ৰমি ফুৰে। উল্লেখ্য এইবাৰৰ কুম্ভ মেলা ১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ চলিব।

Recent News

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd