• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

এন ই নাও নিউজ, ডিব্ৰুগড় by এন ই নাও নিউজ, ডিব্ৰুগড়
March 29, 2023 2:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। চিকিৎসক নোহোৱাকৈয়ে চলিছে অসমৰ একাংশ চিকিৎসালয়। অসমৰ অনগ্ৰসৰ স্বাস্থ্যখণ্ডৰ বাবেই মাত্ৰ ১৮ মাহৰ আলহী হৈ এই পৃথিৱীৰ পৰা মেলানি মাগিব লগা হ’ল এটি শিশুৱে।

ডিব্ৰুগড়ৰ ৰোমাই চাহ বাগিচাৰ এখন চৰকাৰী চিকিৎসালয়ত অক্সিজেনৰ অভাৱত এটি ১৮ মহীয়া কণমানি শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি সোমবাৰে হঠাতে ১৮ মহীয়া শিশুটি গুৰুতৰভাবে অসুস্থ হৈ পৰে আৰু লগে লগে চিকিৎসাৰ বাবে শিশুটিক ওচৰৰে বাগিচাৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়খনত চিকিৎসক নথকাৰ বাবে নাৰ্চে তেওঁক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Apply Now

লগতে পঢ়কঃ গামোচা …Fakes can be stopped

অভিযোগ অনুসৰি বিগত এবছৰ ধৰি চিকিৎসকৰ অবিহনেই চলি আছে ৰোমাই চাহ বাগিচা হাস্পতালখন । লগতে জৰুৰীকালীন সা–সুবিধাও উপলব্ধ নহয় চিকিৎসালয়খনত। জানিব পৰা মতে হাস্পাতালখনৰ এম্বুলেন্স সেৱাত জৰুৰীকালীন অৱস্থাৰ বাবেও কোনো অক্সিজেন চিলিণ্ডাৰ নাই। যাৰ বাবে মৃত্যু হ’বলগাঽ’ল শিশুটি।

এগৰাকী স্থানীয় লোকে সাংবাদিকৰ আগত দাবী কৰে যে অসমৰ অধিকাংশ বাগিচা চিকিৎসালয়ত মৌলিক সা–সুবিধা আৰু চিকিৎসক নাই।

লগতে পঢ়কঃ বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

আন এজন স্থানীয় লোকে কয়, “ৰোমাই চাহ বাগিচা চিকিৎসাল মৌলিক চিকিৎসা সুবিধা আৰু জিএনএম নাৰ্ছ নোহোৱাকৈয়ে চলি আছে। অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে দৰিদ্ৰ বাগিচাৰ কৰ্মীৰ বাবে আঁচনি আৰু স্বাস্থ্য সুবিধাৰ কথা ঘোষণা কৰাৰ পিছতো বাগিচা পৰিচালনা কৰ্তৃপক্ষই চিকিৎসালয়খন উন্নীতকৰণৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।”

লগতে পঢ়কঃ লালকিল্লাৰ সমীপত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ: আটক কেইবাগৰাকীও নেতা

উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়তো চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিৰ বাবে এটি শিশুৱে মৃত্যুক সাৱটি ল’বলগা হৈছিল। 

এতিয়া এই ১৮ মহীয়া শিশুটিৰ অকাল মৃত্যুৱে যেন অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে।

লগতে পঢ়কঃ ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

এন ই নাও নিউজ, ডিব্ৰুগড়

এন ই নাও নিউজ, ডিব্ৰুগড়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd