• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২২ বছৰীয়া ছাত্ৰী নন্দিতা তালুকদাৰ

নন্দিতা তালুকদাৰ ৰাজ্যৰ ভিতৰতে কনিষ্ঠতম প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা!

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
গুৱাহাটী , November 17, 2018 4:58 pm

1 min read

Nandita Talukdar

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হোৱা নন্দিতা তালুকদাৰ।

3k
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক দলবোৰৰ মাজত খদমদম লাগি থকাৰ মাজতে দলবোৰে টিকট দিয়া দুই-এক প্ৰাৰ্থীয়ে কৌতূহলৰো সৃষ্টি কৰিছে সাধাৰণ ভোটাৰৰ মাজত। হাজোত ভোটাৰৰ দৃষ্টি কাঢ়িছে এগৰাকী কম বয়সীয়া প্ৰাৰ্থীয়ে।

নন্দিতা তালুকদাৰ নামৰ এই প্ৰাৰ্থীগৰাকীৰ বয়স মাত্ৰ ২২ বছৰ। তেওঁ হাজো সমষ্টিৰ ১নং পঞ্চতীৰ্থ জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্রেছৰ প্ৰাৰ্থী হিচাপে টিকট পাইছে।

সম্ভৱতঃ নন্দিতা তালুকদাৰেই হ’ব আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কনিষ্ঠতম প্ৰাৰ্থী। অৱশ্যে এই কথা তেতিয়াহে নিশ্চিত হ’ব, যেতিয়া দুয়োটা পৰ্য্যায়ৰ মনোনয়ন পত্ৰ দিয়া সমাপ্ত হ’লেহে এই কথাটো নিশ্চিত হ’ব।

মন কৰিব লগীয়া যে নন্দিতা তালুকদাৰ এতিয়াও গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত। অধ্যয়নৰত সত্ত্বেও তেওঁ ৰাজনীতিত ভৰি দিবলৈ মন কৰি নৱ প্ৰজন্মৰ বাবে দৃষ্টান্ত স্থাপন কৰিব বিচাৰে।

উল্লেখযোগ্য যে হাজোত কংগ্ৰেছৰ নেতৃত্বত বহন কৰি থকা দুলু আহমেদৰ পৃষ্ঠপোষকতাতে নন্দিতা তালুকদাৰ দলটোৰ পৰা প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছে।

বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে জনোৱামতে, তেওঁ ৰাজনীতিত খোজ দিয়াৰ জৰিয়তে সন্মুখৰ পৰাই যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ সংকল্প লৈছে।

যিটো সময়ত বিভিন্ন দলৰ পৰা টিকট পাবলৈ অভিজ্ঞ ৰাজনৈতিক নেতাৰ হেতা-ওপৰা লাগিছে সেই সময়ত এগৰাকী ২২ বছৰীয়া যুৱতীয়ে এইদৰে এটা প্ৰধান ৰাজনৈতিক দলৰ পৰা টিকট পোৱাটোত সন্তোষ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd