• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমৌত জাপানীজ এনেকেফেলাইটিছ ৰোগত আক্ৰান্ত দুটাকৈ শিশুৰ মৃত্যু

হিতোজ্বল চেতিয়া  by হিতোজ্বল চেতিয়া 
September 22, 2018 11:38 am
japanese-encephalitis
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমৌ প্ৰাথমিক স্বাস্থ্য কেন্দ্র তথা শিৱসাগৰ মহকুমা স্বাস্থ্য বিষয়া গৰাকীৰ কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত চলিত মাহত দুটাকৈ কণমানি শিশুৱে জাপানীজ এনেকেফেলাইটিছত ৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লোৱা কাৰ্য্যই ডিমৌ অঞ্চলত আতংক সৃষ্টি কৰিছে।  সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ডিমৌ আঞ্চলিক তাই আহোম  ছাত্ৰ সন্থা আৰু ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে এই ক্ষেত্রত দুয়োটা ছাত্ৰ সংগঠনে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰদান কৰি অহা এনেকেফেলাইটিছত ৰোগ প্ৰতিষেধক বেজীৰ কাৰ্য্যকমতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ।

Apply Now

ঘটনা সন্দৰ্ভত ২১ তাৰিখে  ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক গৌতম বৰা আৰু ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈয়ে মহকুমা স্বাস্থ্য বিষয়া গৰাকীক সাক্ষাৎ কৰি মানুহৰ জীৱনৰ লগত হেতালি খেলাৰ পৰা বিৰত থাকিবলৈ দাবী জনোৱাৰ লগতে শীঘ্ৰে এই ক্ষেত্ৰত আঁঠুৱাৰ ঔষধিকৰণৰ লগতে অন্যান্য যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান  জনাইছে ।

উল্লেখযোগ্য যে ছাত্ৰ নেতা দ্বয়ক মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে জনাইছে যে জিলা স্বাস্থ্য যুটীয়া সঞ্চালক গৰাকীৰ কাৰ্য্যলয়ৰ পৰা আঁঠুৱা  ঔষধিকৰণৰ সন্দৰ্ভত কোনো ধৰণৰ দৰৱৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়েই  স্বাস্থ্য বিভাগে কিদৰে জনসাধাৰণৰ জীৱনৰ লগত খেলা কৰি আছেএই কথা নিশ্চিতভাবে প্ৰতীয়মান কৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ছাত্ৰ নেতা দ্বয়ে উল্লেখ কৰে যে পুনৰ বাৰ জনসাধাৰণৰ জীৱনৰ লগত খেলা কৰা  এনে ঘটনা সংঘটিত হবলৈ পালে আছু-আটাছুৱে ৰাইজৰ স্বাৰ্থত গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱাৰ লগতে স্বাস্থ্য বিষয়াৰ কাৰ্য্যলয়টো  অনিদিষ্ট কাললৈ বন্ধ কৰি দিব বুলি সকীয়াই দিছে। লগতে  জিলা যুটীয়া সঞ্চালক গৰাকীৰ অকৰ্মমন্যতাক ধিক্কাৰ দিছে।

ডিমৌ প্ৰাথমিক স্বাস্থ্য কেন্দ্র তথা শিৱসাগৰ মহকুমা স্বাস্থ্য বিষয়া গৰাকীৰ কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত চলিত মাহত দুটাকৈ কণমানি শিশুৱে জাপানীজ এনেকেফেলাইটিছত ৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লোৱা কাৰ্য্যই ডিমৌ অঞ্চলত আতংক সৃষ্টি কৰিছে।  সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ডিমৌ আঞ্চলিক তাই আহোম  ছাত্ৰ সন্থা আৰু ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

হিতোজ্বল চেতিয়া 

হিতোজ্বল চেতিয়া 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd