• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘২০ লাখ কোটি টকা অৰ্থনৈতিক পেকেজ কিমানদূৰ ৰূপায়ণ হ’ব?’ : বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , May 14, 2020 8:14 am

2 min read

index.jpg44
1.5k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজক সমৰ্থনযোগ্য আখ্যা দিলে বিৰোধীৰ দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই।

শইকীয়াই কয় যে  “প্ৰধানমন্ত্ৰী মোডীয়ে অৰ্থনৈতিক পেকেজ ঘোষণাৰে দেশবাসীক আত্মনিৰ্ভৰশীল হবলৈ জনোৱা আহ্বান সমৰ্থন যোগ্য।”

ইয়াৰ ফলাফল বাবে আমি অপেক্ষা কৰিব লাগিব বুলি কৈ শইকীয়াই কয়, “কাৰণ দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত মজদুৰ লকডাউনৰ বাবে গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰিছে।”

“সেই ঘূৰি অহা মজদুৰ তথা শ্ৰমিকসকলক পুনৰ কাৰখানাসমূহলৈ ঘূৰি যাব পৰাকৈ চৰকাৰে কিমান আত্মবিশ্বাস দিব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব ভৱিষ্যতৰ উদ্যোগ জগতখন।” শইকীয়াৰ মন্তব্য।

আনহাতে বিৰোধী দলপতিজনে আৰু কয়, “পূৰ্বতেও দেশত মেক ইন ইণ্ডিয়া কাৰ্যক্ৰম চলোৱা হৈছিল।”

সেই আঁচনিয়ে যি উদ্যোগক্ষেত্ৰখন আগবাঢ়িব লাগিছিল তাক দেখা পোৱা নগ’ল বুলি কৈ শইকীয়াই কয়, “গতিকে ২০ লাখ কোটি টকা অৰ্থনৈতিক পেকেজ কিমানদূৰ ৰূপায়ণ হ’ব ছোৱা পিছতহে ক’ব পৰা যাব।”

ইপিনে চৰকাৰে পূৰ্বে ঘোষণা কৰা বহু আঁচনি কার্যত ৰূপায়ণ হোৱা নাছিল বুলি উল্লেখ কৰিছে শইকীয়াই।

“বিগত ল’কডাউনৰ ৫০টা দিনে প্ৰধানমন্ত্ৰীৰ জন-ধন আঁচনি খাদ্য সুৰক্ষাৰ পৰা ৮০কোটি মানুহৰ ২৫ কোটি বঞ্চিত হৈ আছে। ৫০ শতাংশ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ জন-ধন যোজনা তথা গৰিব কল্যাণ আঁচনিৰ অৰ্থনৈতিক সহায় পোৱা নাই।” শইকীয়াৰ মন্তব্য।

বৰ্তমান সময় দুৰ্দশাগ্ৰস্ত সকলক আমি প্ৰথম আশ্বস্ত কৰিব লাগিব।তাৰ পিছতহে তেওঁলোকৰ জৰিয়তে অৰ্থনৈতিক ভাৱে দেশক আগবঢ়াই নিব লাগিব বুলি কয় বিৰোধী দলপতি জনে৷

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd