• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত আদালতত হাজিৰ ২০১৮ চনৰ বিশ্বকাপ জয়ী ফুটবলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 6:25 pm
Benjamin Mendy
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্স আৰু ম্যানচেষ্টাৰ চিটিৰ তাৰকা ফুটবলাৰ বেঞ্জামিন মেণ্ডি বুধবাৰে দুটা অতিৰিক্ত ধৰ্ষণৰ গোচৰত আদালতত হাজিৰ হয়।নতুনকৈ দুটা অভিযোগ উত্থাপন হোৱাৰ পিছত ২৭ বছৰীয়া ডিফেণ্ডাৰগৰাকীয়ে ধৰ্ষণৰ ছয়টা অভিযোগ আৰু এটা যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হৈছে।

২০২০ চনৰ অক্টোবৰৰ পৰা এই বছৰৰ আগষ্ট মাহৰ ভিতৰত উত্তৰ-পশ্চিম ইংলেণ্ডৰ প্ৰেষ্টবাৰীত থকা মেণ্ডিৰ বাসগৃহত ১৬ বছৰতকৈ অধিক বয়সৰ চাৰিগৰাকী মহিলাৰ ওপৰত এই অপৰাধ সংঘটিত হোৱা বুলি অভিযোগ কৰা হৈছে।

মেণ্ডি ভিডিঅ’লিংকৰ জৰিয়তে মানচেষ্টাৰৰ দণ্ডাধীশসকলৰ সন্মুখত জিম্মাৰ পৰা উপস্থিত হয়। উল্লেখ্য আগষ্ট মাহত অভিযুক্ত কৰাৰ পিছৰে পৰা মেণ্ডিক বন্দী কৰি ৰখা হৈছে।

Apply Now

জিলা ন্যায়াধীশ মাৰ্গাৰেট মেককৰ্মাকে গোচৰটো চেষ্টাৰ ক্ৰাউন আদালতলৈ প্ৰেৰণ কৰে, য’ত মেণ্ডি আজি এক নিৰ্ধাৰিত শুনানিৰ বাবে হাজিৰ হ’ব।

জামিনৰ বাবে কোনো আবেদন কৰা হোৱা নাই আৰু মেণ্ডিক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। অহা বছৰৰ ২৪ জানুৱাৰীৰ বাবে এটা পৰীক্ষণৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।

২০১৮ চনৰ বিশ্বকাপ বিজয়ী ফ্ৰাঞ্চ ফুটবল দলৰ সদস্য মেণ্ডিয়ে ফ্ৰান্সৰ হৈ ১০ খন আন্তঃৰাষ্ট্ৰীয় খেলত ভাগ লৈছে। অৱশ্যে ফৰ্মহীনতাৰ বাবে তেওঁ ২০১৯ চনৰ নৱেম্বৰতে অন্তিম বাৰৰ বাবে ফ্ৰাঞ্চৰ হৈ খেলপথাৰত নামিছিল।

আনহাতে ইংলিছ প্ৰিমিয়াৰ লীগৰ দল মানচেষ্টাৰ চিটীৰ হৈ ভাগ লোৱা মেণ্ডিক অপৰাধমূলক কাৰ্যৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে প্ৰিমিয়াৰ লীগৰ পৰা নিলম্বন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

October 30, 2026 12:02 pm
ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

October 30, 2026 10:52 am
কেৰালাত PWD-ৰ সচিব হৈ থকাৰ সময়ত ৭০০ কোটি টকাৰ লোকচান! জ্ঞানেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

কেৰালাত PWD-ৰ সচিব হৈ থকাৰ সময়ত ৭০০ কোটি টকাৰ লোকচান! জ্ঞানেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

October 30, 2026 9:50 am
‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

October 30, 2026 8:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

October 30, 2026 12:02 pm
ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

October 30, 2026 10:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd