• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোহলী নহয়, অন্য এজন ভাৰতীয় ক্ৰিকেটাৰলৈ ICCৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2020 9:46 am
Rohit Sharma

ৰোহিত শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক অপেনিং বেটছমেন ৰোহিত শৰ্মা আই চি চিৰ ‘বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ’ হিচাপে নিৰ্বাচিত হৈছে।

বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰা বঁটা সমূহত ৰোহিত শৰ্মাৰ উপৰি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বেগী বলাৰ দীপক চাহাৰো নিৰ্বাচিত হয়।

Apply Now

উল্লেখ্য যে ৰোহিত শৰ্মাই ২০১৯ বিশ্বকাপত ৰেকৰ্ড সংখ্যক ৫ টা শতক অৰ্জন কৰাৰ লগতে এদিনীয়াত মুঠ ৭ টা শতক অৰ্জন কৰিছে। তদুপৰি ২০১৯ বৰ্ষত সৰ্বাধিক ১৪৯০ ৰান সংগ্ৰহ কৰিছে।

যোৱা বছৰটোত ৰোহিতে ২৮ খন এদিনীয়াত অংশ লৈ ৫৭.৩০ এভাৰেজৰ সহায়ত উক্ত উপলব্ধি লাভ কৰে।

ইফালে বিৰাট কোহলীক ‘2019 Spirit Of Cricket Award’ ৰ বাবে নিৰ্বাচিত কৰা হয়।

‘প্লেয়াৰ অব দ্যা ইয়েৰ’ৰ সন্মান লাভ কৰে ইংলেণ্ডৰ ষ্টাৰ অলৰাউণ্ডাৰ তথা বিশ্বাকাপ বিজয়ী দলৰ সদস্য বেন ষ্টোকছে। যোৱা বছৰটোত এইগৰাকী ক্ৰিকেটাৰে বিশ্বকাপ জয়ী কৰোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ইনিংছেৰে ইংলেণ্ডৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

আই চি চি টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী।

কোহলীৰ উপৰি ভাৰতৰ চাৰিগৰাকী ক্ৰিকেটাৰে আই চি চিৰ টেষ্ট আৰু এদিনীয়া দলত স্থান লাভ কৰে। টেষ্টত দ্বিশতক অৰ্জন কৰা মায়ংক আগৰৱালক টেষ্টত আৰু ৰোহিত শৰ্মা, মহম্মদ ছামি আৰু বাঁওহতীয়া লেগ স্পীনাৰ কুলদীপ যাদৱক এদিনীয়া দলত নিৰ্বাচিত কৰিছে।

‘ICC Men’s Emerging Cricketer’ হিচাপে নিৰ্বাচিত হৈছে অষ্ট্ৰেলিয়াৰ মাৰ্নছ লাবুচানে। লাবুচানেই ১৯ বৰ্ষটোত গড়ে ৬৪.৯৪ ৰানৰ সহায়ত টেষ্ট ক্ৰিকেটত সৰ্বাধিক ১১০৪ ৰান সংগ্ৰহ কৰে।

অষ্ট্ৰেলিয়া দলৰে বেগী বলাৰ পেট কামিন্সে লাভ কৰিছে ‘টেষ্ট ক্ৰিকেটাৰ অব দ্যা ইয়েৰ’ বঁটা। তেওঁ যোৱা বছৰটোত সৰ্বাধিক ৫৯ টা উইকেট লাভ কৰিছে।

আনহাতে যোৱা বছৰ নৱেম্বৰ মাহত অনুষ্ঠিত এখন টি-২০ মেচত ভাৰতৰ বেগী বলাৰ দীপক চাহাৰে ৭ ৰানৰ বিনিময়ত লাভ কৰিছিল ৬ টা উইকেট আৰু সেইটো আছিল আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। চাহাৰৰ সেই স্পেলটোক আই চি চিয়ে ‘T20I Performance of the Year’ হিচাপে ঘোষণা কৰে।

বছৰটোৰ শ্ৰেষ্ঠ এম্পায়াৰ হিচাপে নিৰ্বাচিত হৈছে ৰিচাৰ্ডছ ইলিংৱৰ্থ। আনহাতে স্কটলেণ্ডৰ কাইল কোৱেটজৰক বৰ্ষটোৰ ‘Associate Cricketer of the Year’ হিচাপে নিৰ্বাচিত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd