• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট শিক্ষাবিদ প্ৰভাত চন্দ্ৰ গগৈলৈ ২০২০ বৰ্ষৰ অৰিয়েণ্ট বঁটা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 11, 2020 2:52 pm
184
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ চাৰিআলিৰ আগশাৰীৰ শিক্ষানুষ্ঠান অৰিয়েন্ট্ ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বাৰা প্ৰতি বছৰে প্ৰদান কৰা অৰিয়েন্ট্ বঁটা ২০২০ বৰ্ষৰ বাবে বিশিষ্ট শিক্ষাবিদ আৰু সফল শৈক্ষিক প্ৰশাসক প্ৰভাত চন্দ্ৰ গগৈ নিৰ্বাচিত কৰা হৈছে।

এই কথা প্ৰকাশ কৰে কনিষ্ঠ বিদ্যালয়খনৰ শৈক্ষিক প্ৰশাসক শ্ৰী ভূপেন দাধৰাই।

বিশ্বনাথ অঞ্চলৰ সামগ্ৰিক শিক্ষা জগতত আগবঢ়োৱা প্ৰসংশনীয় অবদানৰ বাবে এই বঁটা গগৈ ডাঙৰীয়াক প্ৰদান কৰা হৈছে বুলি কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষা মীনা দেৱীয়ে উল্লেখ কৰে।

গগৈ ডাঙৰীয়াই বিশ্বনাথ মহাবিদ্যালয়ৰ আৰম্ভণি কালৰে পৰা শিক্ষা বিজ্ঞান বিভাগত প্ৰবক্তাৰ পদেৰে শিক্ষা প্ৰদান কৰাৰ অন্তত উক্ত মহাবিদ্যালয়খনৰ স্থায়ী অধ্যক্ষ ৰূপত অৱসৰ গ্ৰহণ কৰে।

বিশ্বনাথ কলেজ অফ এডুকেশ্যনৰ অধ্যক্ষৰ ৰূপতো তেখেত কাৰ্য নিৰ্বাহ কৰি অনুষ্ঠানটিৰ উত্তৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইয়াৰ উপৰি গগৈয়ে উক্ত অনুষ্ঠান দুটিৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বও সুচাৰুৰূপে পালন কৰে।

শিক্ষক জীৱনত লিখা শিক্ষা বিজ্ঞানৰ পাঠ্য পুথিয়ে ছাত্ৰ-ছাত্ৰী সমাজক যথেষ্ট উপকৃত কৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বহুকেইখন আলোচনাচক্ৰতো তেখেতে অংশ গ্ৰহণ কৰি আহিছে।

বিশ্বনাথ অঞ্চলৰ আন বহুকেইখন শিক্ষানুষ্ঠান আৰু অনুষ্ঠানত নিজকে জড়িত ৰাখি এই অনষ্ঠানসমূহৰ সামগ্ৰিক বিকাশত এক সবল ভূমিকা পালন কৰি আহিছে প্ৰভাত চন্দ্ৰ গগৈয়ে।

উল্লেখ্য যে কনিষ্ঠ মহাবিদ্যালয়ৰ ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটা ২০১৯ বৰ্ষত প্ৰদান কৰা হৈছিল বিশিষ্ট সাহিত্যিক ইন্দ্ৰ প্ৰসাদ শইকীয়া দেৱক।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd