• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আধাৰ সংলগ্ন কৰাৰ অন্তিম দিনৰ সীমা পিছুৱাব চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
গুৱাহাটী , December 22, 2017 2:48 am

1 min read

আধাৰ সংলগ্ন কৰাৰ অন্তিম দিনৰ সীমা পিছুৱাব চৰকাৰে
70
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ দ্বাৰা ঘোষিত বা প্ৰচলিত বিভিন্ন সেৱা আৰু কল্যাণমূলক আঁচনিবোৰৰ সুবিধা পোৱাৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলকভাৱে  সংলগ্ন কৰাৰ যি অন্তিম সময়সীমা আছিল সেই সীমা কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰাৰ পোষকতা কৰিছে। আজি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক এই কথাটো জানিবলৈ দিয়ে। অৱশ্যে এই সীমা বৃদ্ধি সেইসকলৰ ক্ষেত্ৰতহে যিসকলে এই পৰ্য্যন্ত আধাৰ নং লাভ কৰা নাই। সূত্ৰটোৱে জনোৱামতে কেন্দ্ৰীয় চৰকাৰে এতিয়া এই সময়সীমা বৃদ্ধি কৰিবৰ বাবে জাননী জাৰি কৰিব। এই কথা উচ্চতম ন্যায়ালয়ক জনায় কেন্দ্ৰীয় চৰকাৰৰ মহাধিবক্তা কে কে বেণুগোপালে। মহাধিবক্তাজনে অৱশ্যে এই কথা স্পষ্ট কৰি দিয়ে যে ম’বাইল সেৱাৰ সৈতে আধাৰ সংলগ্ন কৰাৰ অন্তিম সীমা অপৰিৱৰ্তিতভাৱে অহা ৬ ফেব্ৰুৱাৰিয়ে থাকিব। কাৰণ এইটো এপেক্স ক’ৰ্টে বাধ্যতামূলক কৰি দিছে।


উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ আধাৰ সংলগ্ন বাধ্যতামূলক কৰা সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰাখিবৰ বাবে বিভিন্ন পক্ষৰ পৰা অহা আবেদনবোৰৰ শুনানি গ্ৰহণ কৰিবৰ বাবে পাঁচজনীয়া বিচাৰকৰ এক বিচাৰপীঠ গঠন কৰিব বুলি জনাইছে।

Recent News

Dibrugarh-University-570x320

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম : উচ্চ স্তৰীয় তদন্ত কমিটি গঠন ৰাজ্যপাল জগদীশ মুখীৰ

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

624827-army-afp-050517-750x375

নিৰ্বাচনৰ পূৰ্বে AFSPAৰ অধীনত অসমক পুনৰ ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা চৰকাৰৰ

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমান-শ্বাহৰুখৰ চিনেমা

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমান-শ্বাহৰুখৰ চিনেমা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd