• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত বি এছ এফ বেটেলিয়নত পুনৰ ২২ গৰাকী ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ৬৪লৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2020 10:30 pm
Manipur registers 3rd COVID19 positive case

প্ৰতিনিধিত্বমূলক ছবি

577
VIEWS
Share on FacebookShare on Twitter

বি এছ এফৰ ত্ৰিপুৰাস্থিত ১৩৮নং বেটেলিয়নত ব্যাপক হাৰত ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে।

বুধবাৰেও আম্বাছাস্থিত বেটেলিয়নটোত ২২ গৰাকী লোকক ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। আক্ৰান্তসকলৰ ১৮জন পুৰুষ, ১ গৰাকী মহিলা আৰু এটি শিশু।

অসামৰিক ক’ভিড-১৯ ৰোগী শূন্য হৈ থকা অৱস্থাত ৰাজ্যখনত যোৱা পাঁচটা দিনত বেটেলিয়নটোত ধাৰাবাহিকভাৱে ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈ আহিছে।

ফলত বুধবাৰে ৰাজ্যখনত মুঠ ক’ভিড-১৯ আক্ৰান্ত ৬৪লৈ বৃদ্ধি পাইছে।

Alert!

22 persons from 138th-Bn #BSF Ambassa found #COVID19 POSITIVE today including 18 Male, 1 Female, 3 Children.

Total #COVID19 POSITIVE cases in Tripura stands at 64 (2 already discharged, so active cases : 62)

Don’t Panic, Govt is working vigilantly.#TripuraCOVID19Count

— Biplab Kumar Deb (@BjpBiplab) May 6, 2020

ইয়াৰে দুগৰাকী সুস্থ হৈ ঘৰলৈ ওভতাৰ ফলত ৰাজ্যখনত বৰ্তমান সক্ৰিয় ক’ভিড-১৯ আক্ৰান্ত হৈছেগৈ ৬২গৰাকী।

মঙলবাৰেও বেটেলিয়নটোত ১৩ জনক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল। তাৰে এজন আছিল মেছ ৱৰ্কাৰ।

সোমবাৰে ৰাজ্যখন ১১ বি এছ এফ জোৱান আৰু দুগৰাকী জোৱানৰ পৰিয়ালৰ সদস্য ক’ভিড-১৯ পজিটিভ ৰূপে চিনাক্ত হৈছিল।

ইয়াৰ পূৰ্বে দেওবাৰে ১২ গৰাকী আৰু শনিবাৰে দুগৰাকী বি এছ এফ জোৱান ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

জানিব পৰা মতে, শনিবাৰে জিলাখনত দুগৰাকী বি এছ এফ জোৱানক ক’ভিড-১৯ পজিটিভ পোৱাৰ পিছতে স্বাস্থ্য বিভাগে বাকীসকলৰো নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিল।

Tags: COVID-19

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd