• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজস্থানৰ কোটাৰ পৰা ১০৩ খন বাছেৰে ২৪০০ গৰাকী ছাত্ৰ-ছাত্ৰী উভতিল পশ্চিমবংগলৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 2, 2020 11:13 am

1 min read

ৰাজস্থানৰ কোটাৰ পৰা ১০৩ খন বাছেৰে ২৪০০ গৰাকী ছাত্ৰ-ছাত্ৰী উভতিল পশ্চিমবংগলৈ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

16.7k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ বাবে ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা পশ্চিমবংগৰ ২৪০০ গৰাকী ছাত্ৰ-ছাত্ৰী শুকুৰবাৰে ১০৩ খন বাছত পশ্চিমবংগলৈ উভতি আহে।

ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই লৈ অহা বাছ কেইখনৰ এটা কনভয় আছোনছোলত ৰোৱাৰ বিপৰীতে আন এটা কনভয় শিলিগুৰিলৈ যায় বুলি জানিবলৈ দিয়ে সমন্বয়ৰক্ষী পি বি চালিমে।

ৰাজস্থানৰ পৰা পশ্চিমবংগলৈ উভতি অহা ছাত্ৰ-ছাত্ৰী সকলক নিজ নিজ জিলালৈ লৈ যোৱা হ’ব আৰু কোৱাৰেণ্টাইনত ৰখা হ’ব বুলিও লগতে চালিমে কয়।

কিছুদিন পূৰ্বে ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা তিনি শতাধিক অসমৰ ছাত্ৰ-ছাত্ৰীকো বাছেৰে নিজ ৰাজ্যলৈ লৈ অহা হৈছিল।

ৰাজস্থানৰ পৰা উভতি অহা এই সকল ছাত্ৰ-ছাত্ৰী বৰ্তমান গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কোৱাৰেণ্টাইনত আছে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা লোক সকলক নিজ নিজ স্থানলৈ উভতি হোৱাৰ যোৱাৰ বাবে অনুমতি দিয়াৰ পাছত দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰেও প্ৰায় ৫০০ বাছেৰে ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা দিল্লীৰ ছাত্ৰ-ছাত্ৰী সকলক দিল্লীলৈ লৈ অহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd