• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৈজিং উৎসৱ : ২৫ জনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক স্বেচ্ছাসেৱক হিচাপে নিয়োগ; ক্ষোভ শিক্ষক সমাজৰ

দৈজিং উৎসৱলৈ ছাত্ৰ-ছাত্ৰী প্ৰেৰণ নকৰিলে ব্যৱস্থা গ্ৰহণৰ ভাবুকি দি জাননী প্ৰেৰণ কৰিছিল বিদ্যালয় পৰিদৰ্শকে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2018 5:03 pm

1 min read

দৈজিং উৎসৱ : ২৫ জনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক স্বেচ্ছাসেৱক হিচাপে নিয়োগ; ক্ষোভ শিক্ষক সমাজৰ
1.4k
VIEWS
Share on FacebookShare on Twitter

চিৰাং জিলাৰ আই নদীৰ পাৰত এমেৰিকান মল্লযুঁজাৰুৰ পৰা আৰম্ভ কৰি বলিউডৰ অভিনেত্ৰী, সংগীত শিল্পীৰ আগমনেৰে ২৭ ডিচেম্বৰৰ পৰা উদুলি-মুদুলি পৰিৱেশৰ মাজত অনুষ্ঠিত দৈজিং মহোৎসৱত দেখা গৈছে জিলাখনৰ মাধ্যমিক শিক্ষক সমাজৰ তীব্ৰ ক্ষোভ।

মাধ্যমিক শিক্ষক সন্থাই ২৯ ডিচেম্বৰত এক প্ৰেছ বিবৃতিৰ জৰিয়তে নিজৰ ক্ষোভ প্ৰকাশ কৰে। ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই দৈজিং মহোৎসৱত ২৫ জনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰাত শিক্ষক সন্থাটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

মন কৰিব লগীয়া যে চিৰাং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্মই যোৱা ২৬ ডিচেম্বৰত প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এক জাননী প্ৰেৰণ কৰিছিল। জাননীখনত দৈজিং উৎসৱলৈ প্ৰতিখন বিদ্যালয়ৰ পাৰ ছাত্ৰ-ছাত্ৰী প্ৰেৰণ কৰিবলৈ কৈছিল আৰু লগতে ছাত্ৰ-ছাত্ৰী প্ৰেৰণ নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছিল। চিৰাং জিলাৰ বিদ্যালয় পৰিদৰ্শকগৰাকীৰ এনে কাণ্ডক জিলাখনৰ শিক্ষক সমাজে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে।

মাধ্যমিক শিক্ষক সমাজে প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে দৈজিং মহোৎসৱত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে শিকিবলগীয়া একো নাই। বিপৰীতে কেৱল অনৈতিকতাৰে ভৰি আছে।

Recent News

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

a kana

চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd