DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ষ্টেশ্যনত নিচাজাতীয় দ্ৰব্যসহ আৰক্ষীৰ জালত পৰিল এজন সৰবৰাহকাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 11, 2018 12:39 pm
WhatsApp
64
VIEWS
Share on FacebookShare on Twitter

ক্ৰমশ: নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী ষ্টেশ্যন।আজি পুৱা প্ৰায় ৭.৪৫ বজাত গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে ১২৪২৩ নং ৰাজধানী এক্সপ্ৰেছত চলোৱা এক নিয়মীয়া তালাচীৰ সময়ছোৱাত সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰী (মৰফিন) কঢ়িওৱাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে।

ৰে’ল আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে উত্তৰ প্ৰদেশৰ বাসিন্দা ছৌলট ৰছুল (৩৯)ক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক সোধাপোছাৰ অন্তত ধৃত উত্তৰ প্ৰদেশৰ লোকজনে প্ৰায় ৯০০ গ্ৰাম ওজনৰ নিষিদ্ধ দ্ৰব্যখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা কানপুৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে অনা হৈছিল বুলি স্বীকাৰ কৰিছে। অৱশ্যে পৰৱৰ্তী তদন্তৰ সময়তহে ইয়াৰ আঁৰৰ প্ৰকৃত তথ্য জানিব পৰা হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে যোৱা ৯ জুনৰ পুৱা প্ৰায় ৭.৪৫ বজাত গুৱাহাটীৰ পল্টনবজাৰ ৰেলৱে ষ্টেশ্যনত জিআৰপিএছে চলোৱা এক নিয়মীয়া তালাচীৰ সময়ছোৱাত ১২৪২৩ ডিব্ৰুগড়- ৰাজধানী এক্সপ্ৰেছৰ পৰা প্ৰায় ৩২ পেকেট গাঞ্জা জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।জব্দকৃত গাঞ্জাখিনি প্ৰায় ৪০ কেজি হ’ব বুলি প্ৰকাশ কৰিছিল ৰেল আৰক্ষী সূত্ৰই।

তাৰ পাছত পুনৰ আজি নিষিদ্ধ মৰফিনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা ঘটনাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd