• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সত্ৰপীঠ মাজুলীক শিশু বিজ্ঞানীয়ে পৰিণত কৰিলে বিজ্ঞান নগৰীলৈ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , October 24, 2018 8:47 am

1 min read

children's science congress

প্ৰতিনিধিত্বমূলক ছবি

248
VIEWS
Share on FacebookShare on Twitter

সোমবাৰৰ পৰা মাজুলীত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ২৬ সংখ্যক ৰাজ্যিক সমাৰোহ । ২৩ অক্টোবৰৰ পৰা অহা ২৬ অক্টোবৰ লৈকে  মাজুলীৰ পৱিত্ৰ ভূমিত অনুষ্ঠিত হোৱা এই সমাৰোহ খনিত ৰাজ্যৰ ৩৩খন জিলাৰ ২৮৬ গৰাকী শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে।

শিশু বিজ্ঞানীসকলৰ উপৰি তেওঁলোকৰ বিজ্ঞান গুৰুসকল, শিশু বিজ্ঞান সমাৰোহৰ বিভিন্ন জিলা তথা ৰাজ্যিক স্তৰৰ কৰ্মকৰ্তা আৰু অতিথি হিচাপে আমন্ত্ৰিত দেশ তথা ৰাজ্যৰ কেইবাগৰাকী আগশাৰীৰ বিজ্ঞানী আৰু বিশিষ্ট ব্যক্তিয়ে ভাগ লৈছে।

আধ্যাত্মিক বাতাবৰণেৰে বিধৌত, সংস্কৃতিৰ বৰঘৰ মাজুলীত এনে এখন বিজ্ঞান মহাসমাৰোহ অনুষ্ঠিত হোৱাত সমগ্ৰ মাজুলীবাসী গৌৰাম্বিত। এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ লগতে “অতিথি দেৱো ভৱ” আৰু “মাজুলীৰ গৰিমা সৰ্বোপৰি” মূলমন্ত্ৰ সাৰোগত কৰি অতিথি সকলক নদীদ্বীপ জিলাখনলৈ আদৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ প্ৰতিগৰাকী মাজুলীবাসীকে অনুৰোধ জনাইছে মাজুলীৰ উপায়ুক্ত শ্ৰীদেৱপ্ৰসাদ মিশ্ৰই।

আনহাতে মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা এই সমাৰোহত অংশ লোৱাৰ উদ্দেশ্যে আজি মাজুলীত উপস্থিত হ’বহি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd