DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত অনুষ্ঠিত হ’ব ২৭তম সদৌ অসম ‘মাষ্টাৰ্চ এথলেটিকচ চেম্পিয়নশ্বিপ-২০১৮’

আজি পিয়লি ফুকন ষ্টেডিয়ামত প্ৰস্তুতিৰ বুজ ল'লে জিলা উপায়ুক্তই

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 17, 2018 8:47 pm
Sivasagar
424
VIEWS
Share on FacebookShare on Twitter

অহা ২৭ ডিচেম্বৰৰ পৰা শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া ২৭তম সদৌ অসম ‘মাষ্টাৰ্চ এথলেটিকচ চেম্পিয়নশ্বিপ-২০১৮’ ৰ প্ৰস্তুতিৰ সম্পৰ্কত আজি স্থানীয় পিয়লি ফুকন ষ্টেডিয়ামত এখন সভা অনুষ্ঠিত হয়।

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই আগন্তুক দিনত হ’ব লগীয়া মাষ্টাৰ্চ এথলেটিকচ চেম্পিয়নশ্বিপৰ আয়োজন সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

উপায়ুক্ত গৰাকীয়ে পিয়লি ফুকন ষ্টেডিয়ামৰ মেৰামতি আৰু সৌন্দয্য বৰ্দ্ধন, খেলুৱৈ আৰু সংশ্লিষ্ট সকলৰ থকা খোৱাৰ সু ব্যৱস্থা, খেলৰ ব্যৱস্থাপনা, খেলপথাৰৰ উন্নীতকৰণ, খোৱা পানী আৰু শৌচাগাৰৰ ব্যৱস্থা আদি দিশ সমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে আয়োজক সমিতিক এই দিশ সমূহৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়।

লগতে উপায়ুক্ত গৰাকীয়ে ২৭ তম সদৌ অসম ‘মাষ্টাৰ্চ এথলেটিকচ চেম্পিয়নশ্বিপ- ২০১৮’ৰ আয়োজনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগীতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে আয়োজক সমিতিক।

সভাত শিৱসাগৰ জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি প্ৰমূখ্যে ক্ৰীড়া বিষয়া, উপ-ক্ৰীড়া সন্থাৰ বিষয়ববীয়া, বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া আৰু জিলাখনৰ মাষ্টাৰ্চ এথলেটিক সন্থাৰ সদস্যসকল উপস্থিত থাকে।

উল্লখযোগ্য যে,  এই প্ৰতিযোগীতাখন অহা ২৭ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd