• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

NEET পৰীক্ষাৰ পূৰ্বে শংকিত হৈ তিনিগৰাকী মেডিকেল প্ৰত্যাশী প্ৰাৰ্থীৰ আত্মহত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 13, 2020 2:16 pm

1 min read

Suicide-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

312
VIEWS
Share on FacebookShare on Twitter

NEET 2020,পৰীক্ষাৰ এদিন পূৰ্বে শনিবাৰে তামিলনাডুত মুঠ তিনিগৰাকী মেডিকেল প্ৰত্যাশী প্ৰাৰ্থীয়ে শংকিত হৈ আত্মহত্যা কৰে।

বাতৰি অনুসৰি, মাদুৰাইৰ এগৰাকী  আৰক্ষীৰ কন্যাই শনিবাৰে নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে।

এনে চৰম সিদ্ধান্ত গ্ৰহণৰ কাৰণ হিচাপে ছোৱালীজনীয়ে আত্মহত্যাৰ টোকাত লিখিছে যে তেওঁ ভালদৰে প্ৰস্তুতি চলাইছিল যদিও ফলাফলক লৈ শংকিত হৈ পৰিছিল।

ছোৱালীজনীয়ে কাকো দোষাৰোপ নকৰিবলৈ অনুৰোধ জনাইছে আৰু তেওঁ আত্মহত্যাৰ কৰা বাবে তেওঁৰ পিতৃ-মাতৃৰ ওচৰত ক্ষমা বিচাৰে।

ধৰ্মপুৰীত সংঘটিত দ্বিতীয়তো ঘটনাত এগৰাকী ছাত্ৰই আত্মহত্যা কৰে।

আনহাতে, নামাক্কাল জিলাত আন এগৰাকী ছাত্ৰই চিপ লৈ আত্মহত্যা কৰে।

এইদৰে, তামিলনাডুত বিগত কেইদিনত মেডিকেল প্ৰত্যাশী ছাত্ৰৰ আত্মহত্যাৰ ঘটনা ৮টালৈ বৃদ্ধি পালে।

যোৱা বুধবাৰে এগৰাকী NEET 2020,পৰীক্ষাৰ প্ৰাৰ্থীয়ে আত্মহত্যা কৰিছিল।

তামিলনাডুৰ উপ মুখ্য মন্ত্ৰী অ’ পন্নীৰছেলভামে এটা টুইটৰ জৰিয়তে এনে আত্মহত্যাৰ ঘটনাত দুখ প্ৰকাশ কৰিছে।

পন্নীৰছেলভামে কয় যে শিক্ষাৰ্থীসকলে প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ নিজৰ ইচ্ছাশক্তি বৃদ্ধি কৰা উচিত।

তেওঁ লগতে কয় যে অভিভাৱকসকলেও তেওঁলোকৰ সন্তানলৈ সহায়ৰ হাত আগবঢ়োৱা উচিত।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd