DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুজৰাটৰ স্বামীনাৰায়ণ মন্দিৰে কোভিড ৰোগী আৰু চিকিৎসা কৰ্মীক দিব ভক্তসকলে মন্দিৰলৈ আগবঢ়োৱা ৩০০০ কিলোগ্ৰাম আপেল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 7:39 pm
গুজৰাটৰ স্বামীনাৰায়ণ মন্দিৰে কোভিড ৰোগী আৰু চিকিৎসা কৰ্মীক দিব ভক্তসকলে মন্দিৰলৈ আগবঢ়োৱা ৩০০০ কিলোগ্ৰাম আপেল

উৎস-ইণ্টাৰনেট

631
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ ৰাজধানী আহমেদাবাদৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰে ভক্তসকলে আগবঢ়োৱা প্ৰায় ৩০০০ কিলোগ্ৰাম আপেল কোভিড ৰোগী আৰু চিকিৎসা কৰ্মীসককলৈ আগবঢ়াব।

কোভিড মহামাৰীৰ বাবে দীৰ্ঘসময় ধৰি বন্ধ হৈ থকাৰ পাছত শ্ৰী স্বামীনাৰায়ণ মন্দিৰ আজি ভক্ত সকলৰ বাবে মুকলি কৰি দিয়া হৈছিল।

ভক্ত সকলৰ বাবে মন্দিৰৰ দুৱাৰ মুখ মুকলি কৰি দিয়াৰ পাছতে মন্দিৰত পুজা আগবঢ়োৱাৰ বাবে ভক্ত সকল উপস্থিত হয় আৰু এদিনতে প্ৰায় ৩০০০ কিলোগ্ৰাম আপেল ভক্তসকলে আগবঢ়ায়।

পৰৱৰ্তী সময়ত মন্দিৰ পৰিচালনা কমিটিয়ে আপেল সমূহ মন্দিৰ চৌহদত সজায় থয়।

”পূজাৰ পাছতে মন্দিৰলৈ আগবঢ়োৱা আপেল সমূহ কোভিড ৰোগী আৰু স্বাস্থ্যকৰ্মীলৈ আগবঢ়োৱা হ’ব,” এগৰাকী পুজাৰীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ বাবে দেশৰ বিভিন্ন ধৰ্মীয় স্থান সমূহ দীৰ্ঘসময় ধৰি বন্ধ ৰখা হৈছিল।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd