• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশ অভিমুখী ৩১জন সন্দেহযুক্ত বাংলাদেশীক গুৱাহাটীত আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2018 6:27 pm

1 min read

Bangladeshi-nationals-750x375

গুৱাহাটীত আটক হোৱা সন্দেহযুক্ত বাংলাদেশী নাগৰিকসকলৰ একাংশ।

228
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশ অভিমুখে যাবলৈ ওলোৱা ৩১জন সন্দেহযুক্ত বাংলাদেশীক আজি গুৱাহাটী ৰেইল ষ্টেইশ্যনৰ পৰা আটক কৰিছে ৰেইল আৰক্ষীয়ে। সন্দেহযুক্ত বাংলাদেশীৰ দলটোত পুৰুষ ১০জন, ৮গৰাকী মহিলা আৰু ১৩টা শিশু (৮টা ল’ৰা আৰু ৫জনী ছোৱালী) আছে।

ৰেইল আৰক্ষীৰ অধীক্ষক হেমন্ত কুমাৰ দাসে নৰ্থ-ইষ্ট নাওক জনোৱামতে, এই সন্দেহযুক্ত বাংলাদেশীকেইজনে কাঞ্চনজংঘা ট্ৰেইনত আগৰতলালৈ যাবলৈ পৰিকল্পনা কৰিছিল।

আৰক্ষীৰ অনুসন্ধানৰ সময়ত তেওঁলোকে কোনো বৈধ নথি দেখুৱাব নোৱাৰিলে। অধিক জেৰাত তেওঁলোকে স্বীকাৰ কৰে যে ২/৩ বছৰ পূৰ্বে তেওঁলোকে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল। ঘৰ বাংলাদেশৰ বাগেৰহাট জিলাত।

ভাৰতত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে বেংগালুৰুলৈ যায় আৰু তাত সৰু সুৰা কাম কৰিছিল। “কালি তেওঁলোক বেংলোৰ এক্সপ্ৰেছত গুৱাহাটীলৈ আহে আৰু ৰাতিটো ষ্টেইশ্যনতে কটায়। তেওঁলোকে কাঞ্চনজংঘা এক্সপ্ৰেছত আগৰতলালৈ যোৱাৰ পৰিকল্পনা কৰিছিল।” এইদৰে কয় ৰেইল আৰক্ষীৰ অধীক্ষক হেমন্ত কুমাৰ দাসে। দাসে লগতে কয় যে ত্ৰিপুৰাৰ হৈ লোককেইজন বাংলাদেশলৈ যোৱাৰ কথা আছিল বুলি স্বীকাৰ কৰিছে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd