• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পোহৰৰ উৎসৱত জ্বলিল ৰাজধানী : দিল্লীৰ ৩২০ টা স্থানত অগ্নিকাণ্ড

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 1, 2024 9:30 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোহৰৰ উৎসৱত জ্বলি উঠিল দেশৰ ৰাজধানীৰ বিভিন্ন প্ৰান্তৰ। দিল্লীৰ ৩২০ টা স্থানত দীপাৱলীৰ নিশা অগ্নিকাণ্ড সংঘটিত হয়।

যোৱা ১০ বছৰত দিল্লীত এদিনতে কেতিয়াও ইমানবোৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ নজিৰ নাই। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি অভিলেখ সৃষ্টিকাৰী এই অগ্নিকাণ্ডত তিনিজন লোকৰ মৃত্যু হয়।

Apply Now

এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় ১২জন লোক।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে জানিবলৈ দিয়া মতে, ৩১ অক্টোবৰৰ নিশাৰ পৰা ১ নৱেম্বৰৰ পুৱালৈকে ৩২০টা ঠাইত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰে পুৱালৈকে কেইঘণ্টামানৰ ভিতৰতে ১৫৮টা অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। এই সংখ্যা যোৱা বছৰৰ তুলনাত ৫৩ শতাংশ বেছি।

ৰাজধানীৰ বিভিন্ন স্থানত অগ্নিকাণ্ডৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হয় আন ১২জন। জানিব পৰা মতে, ফ্লেটত আৱদ্ধ হৈ থকাৰ সময়তে অগ্নিকাণ্ডত কিছু পোহনীয়া জন্তুৰ মৃত্যু হয়। অৱশ্যে চলিত বৰ্ষৰ দীপাৱলী উপলক্ষে দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে অতিৰিক্ত বাহিনী মোতায়েন কৰে। তাৰ বাবেই জুইৰ সূত্ৰপাত হ’লেও বহু ঠাইত ই বিয়পিব পৰা নাছিল।

আশা কৰা মতে দীপাৱলীৰ পিছৰ পুৱাৰে পৰা দিল্লীৰ বায়ুৰ গুণাগুণ অৱনতি ঘটিছে। শুকুৰবাৰে পুৱা AQI ৩৫৯ ত উপনীত হয়।

প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে দিল্লীত সচৰাচৰৰ দৰে চাউণ্ডিং, আতচবাজী বিক্ৰী, ষ্টকিং আৰু নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এই নিষেধাজ্ঞা নামানিলে দিল্লীৰ একাংশ জনতাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক পৰম্পৰা আৰু শৈক্ষিক পৰিৱেশৰ সমন্বয়ৰ এক নতুন পদক্ষেপ

অসমৰ সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক পৰম্পৰা আৰু শৈক্ষিক পৰিৱেশৰ সমন্বয়ৰ এক নতুন পদক্ষেপ

November 21, 2026 9:39 pm
২০২৭ চনত পুনৰ বাঢ়িব নেকি মূল্যবৃদ্ধিৰ বোজা? ৰেপ’ ৰেট ৬.২৫ শতাংশ স্পৰ্শ কৰাৰ লগতে ভাৰতৰ জিডিপিক লৈ ডাঙৰ পূৰ্বাভাস দিলে এই সংস্থাই

২০২৭ চনত পুনৰ বাঢ়িব নেকি মূল্যবৃদ্ধিৰ বোজা? ৰেপ’ ৰেট ৬.২৫ শতাংশ স্পৰ্শ কৰাৰ লগতে ভাৰতৰ জিডিপিক লৈ ডাঙৰ পূৰ্বাভাস দিলে এই সংস্থাই

November 21, 2026 8:13 pm
কাজিৰঙাৰ গঁড় আৰু বনাঞ্চল ৰক্ষা কৰা অস্থায়ী বনকৰ্মীলৈ সুখবৰ! অসমসহ ৭ ৰাজ্যৰ ১০,০০০ ৰেঞ্জাৰৰ বাবে বিশেষ আঁচনি ঘোষণা কৰিলে প্ৰিন্স উইলিয়ামে

কাজিৰঙাৰ গঁড় আৰু বনাঞ্চল ৰক্ষা কৰা অস্থায়ী বনকৰ্মীলৈ সুখবৰ! অসমসহ ৭ ৰাজ্যৰ ১০,০০০ ৰেঞ্জাৰৰ বাবে বিশেষ আঁচনি ঘোষণা কৰিলে প্ৰিন্স উইলিয়ামে

November 21, 2026 7:13 pm
৩ বিষয় বিশেষজ্ঞৰ লগতে মহাৰাষ্ট্ৰৰ চাহ বিক্ৰেতাও অভিযুক্ত! ২২ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা বাতিলৰ ষড়যন্ত্ৰত দিল্লী আদালতৰ ডাঙৰ পদক্ষেপ

৩ বিষয় বিশেষজ্ঞৰ লগতে মহাৰাষ্ট্ৰৰ চাহ বিক্ৰেতাও অভিযুক্ত! ২২ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা বাতিলৰ ষড়যন্ত্ৰত দিল্লী আদালতৰ ডাঙৰ পদক্ষেপ

November 21, 2026 6:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক পৰম্পৰা আৰু শৈক্ষিক পৰিৱেশৰ সমন্বয়ৰ এক নতুন পদক্ষেপ

অসমৰ সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক পৰম্পৰা আৰু শৈক্ষিক পৰিৱেশৰ সমন্বয়ৰ এক নতুন পদক্ষেপ

November 21, 2026 9:39 pm
২০২৭ চনত পুনৰ বাঢ়িব নেকি মূল্যবৃদ্ধিৰ বোজা? ৰেপ’ ৰেট ৬.২৫ শতাংশ স্পৰ্শ কৰাৰ লগতে ভাৰতৰ জিডিপিক লৈ ডাঙৰ পূৰ্বাভাস দিলে এই সংস্থাই

২০২৭ চনত পুনৰ বাঢ়িব নেকি মূল্যবৃদ্ধিৰ বোজা? ৰেপ’ ৰেট ৬.২৫ শতাংশ স্পৰ্শ কৰাৰ লগতে ভাৰতৰ জিডিপিক লৈ ডাঙৰ পূৰ্বাভাস দিলে এই সংস্থাই

November 21, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd