• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙাত নিৰ্মাণ হ’ব ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেঁতু

উত্তম শইকীয়া by উত্তম শইকীয়া
September 6, 2019 5:02 pm
kaziranga-national-park Time's UP: Assam returns Rs.24.57 crore to centre for failing to execute livelihood project

প্ৰতীকী ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এনিমেল কৰিড’ৰত নিৰ্মাণ হ’ব ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেঁতু।

৫ ছেপ্টেম্বৰত দিচপুৰৰ মুখ্য মন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদ বৈঠকত এই বিষয়ত সিদ্ধান্ত গ্ৰহণৰ পিছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উৰণীয়া সেঁতু নিৰ্মাণত অনুমোদন জনায়।

Apply Now

মুখ্য মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়ক আৰু বহুকেইজন উচ্চপদস্থ প্রশাসনিক বিষয়া আৰু পৰিষদৰ সদস্য সকল উপস্থিত আছিল।

বিধায়ক মৃণাল শইকীয়াই সাংবাদিকৰ আগত উল্লেখ কৰে যে বন্যপ্ৰাণী পৰিষদৰ এই বৈঠকত মুম্বাইৰ ৱাডিয়া টেকন’ ইঞ্জনিয়াৰিং ছাৰ্ভিচ প্রাইভেট লিমিটেড নামৰ এটা প্রতিষ্ঠানক এনিমেল কৰিডৰত হ’ব লগা উৰণীয়া সেঁতু নির্মাণৰ প্রাক্কলন (ডি পি আৰ) প্রস্তুত কৰিবলৈ দায়িত্ব দিয়া হৈছে।

উল্লেখযোগ্য যে অক্টোবৰ মাহৰ ভিতৰত এই প্ৰাক্ কলন সম্পূর্ণ কৰিব প্ৰতিষ্ঠানটোয়ে ৷ ইয়াৰ বিনিময়ত মুম্বাইৰ উক্ত প্রতিষ্ঠানটোক ৩.৭৬ কোটি টকা অসম চৰকাৰে প্ৰদান কৰিব।

উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে ব্যয় হ’ব ২,৬২৫ কোটি টকা। উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য হ’ব ৩৫.৮২০ কিলোমিটাৰ আৰু প্ৰস্থ হ’ব ১১ মিটাৰ।

বিধায়ক শইকীয়াই জনোৱা অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে বা ২০২০ চলৰ প্ৰথমভাগতেই উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd