• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ প্ৰভাৱ; আমেৰিকা যুক্তৰাষ্ট্ৰত নিবনুৱা হিচাপে নাম অন্তৰ্ভূক্ত ৩৮.৬ মিলিয়ন লোকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 22, 2020 12:37 am

1 min read

ক’ৰ’নাৰ প্ৰভাৱ; আমেৰিকা যুক্তৰাষ্ট্ৰত নিবনুৱা হিচাপে নাম অন্তৰ্ভূক্ত ৩৮.৬ মিলিয়ন লোকৰ

উৎস-ইণ্টাৰনেট

4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহভাৱে জোকাৰি যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত সপ্তাহত নতুনকৈ ২.৪ মিলিয়ন লোকে নিবনুৱা হিচাপে নিজৰ নাম অন্তৰ্ভূক্ত কৰে।

বিগত সপ্তাহত নিবনুৱা হিচাপে নাম অন্তৰ্ভূক্ত কৰা ২.৪ মিলিয়ন লোকক ধৰি বিগত ৯ সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ ৩৮.৬ মিলিয়ন লোকে নিবনুৱা হিচাপে নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্নিয়া, নিউয়ৰ্ক আৰু ৱাশ্বিংটন আদিত নিবনুৱাৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱা বুলি দাবী কৰাৰ সময়তে আমেৰিকাত নিবনুৱাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

এগৰাকী বিশেষজ্ঞই দাবী কৰা মতে আমেৰিকাত ২০২১ লৈ নিবনুৱাৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ ভিতৰত বৰ্তমানলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ক’ৰ’না ভাইৰাছৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

আমেৰিকাত ১৫ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ৯০ হাজাৰতকৈ অধিক লোকৰ ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হৈছে।

আমেৰিকাত ক’ৰ’নাৰ সংক্ৰমণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা নিবনুৱা সমস্যাই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে যথেষ্ট চিন্তিত কৰি তুলিছে।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd