• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন বিভাগৰ হাতৰ পৰাই পলাই গ’ল দুখনকৈ অবৈধ কাঠভৰ্তি ট্ৰাক : বুজাবুজিৰ সন্দেহ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
December 25, 2017 8:55 pm
জব্দ কৰা কাঠভৰ্তি ট্ৰাক।

জব্দ কৰা কাঠভৰ্তি ট্ৰাক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বন বিভাগৰ কামকাজত পৰিৱৰ্তন অনাৰ বাবে বাৰে বাৰে প্ৰতিশ্ৰুতি দি আহিছে যদিও বিভাগটোৰ ভিতৰচৰাৰ কামকাজক লৈ এতিয়াও মানুহৰ সন্দেহ আঁতৰা নাই। বিশেষকৈ কাঠৰ চোৰাং ব্যৱসায়ী আৰু বন বিষয়াৰ মাজৰ বুজাবুজিৰ অভিযোগ সততে উত্থাপিত হৈ অহা দেখা গৈছে। উজনি অসমত কাঠৰ আন্তঃৰাজ্যিক চোৰাং কাৰবাৰীয়ে চৰাইপুং বনাঞ্চলকে ধৰি প্ৰায়বোৰ বনাঞ্চলতে আগৰ দৰেই নিজৰ দপদপনি অব্যাহত ৰাখিবলৈ সক্ষম হৈয়ে আছে। কালি পুৱাৰ ভাগত ডুমডুমা বন সংমণ্ডলৰ অধীনৰ কাকপথাৰত স্থানীয় কেইজন মান যুৱকে বন বিভাগৰ সহযোগত চাৰিখনকৈ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰাৰ দৰে ঘটনাই এই কথা প্ৰমাণ কৰিছে যে এতিয়াও অঞ্চলটোত চোৰাং কাঠৰ ব্যৱসায়ীৰ বন ধ্বংস কাৰ্য্য অব্যাহত আছে। আনহাতে তাৎপৰ্য্যপূৰ্ণ কথা যে স্থানীয় যুৱককেইজনে কাঠভৰ্তি চাৰিখন ট্ৰাক জব্দ কৰাৰ কথা কৈছে যদিও বন বিভাগে ইয়াৰে দুখন কুঁৱলী আৰু আন্ধাৰৰ সুযোগ লৈ পলাই গ’ল বুলিহে ভাষ্য দিছে। গতিকে কথাটোত ৰাইজে সন্দেহৰ গোন্ধ পাইছে। জব্দ কৰা ট্ৰাককেইখনৰ নম্বৰ হ’ল ক্ৰমে AS-06 AC -0252 আৰু AS-01 CC-4675 আৰু দুয়োখনকে ডুমডুমা বন সংমণ্ডললৈ অনা হৈছে।

আনহাতে ঘটনাটোৰ সময়ত গুৱাহাটীত থকা ডুমডুমা বন সংমণ্ডল বিষয়াক যোগাযোগ কৰাত জব্দ কৰা ট্ৰাকৰ সংখ্যা চাৰিখন বুলি কয়। ঘটনাটোৱে মানুহৰ মাজত বন বিভাগৰ প্ৰতি সন্দেহৰ উদ্ৰেক কৰিছে।

Apply Now

আনহাতে ঘটনাটোৰ সন্দৰ্ভত এভাৰগ্ৰীন ফাউণ্ডেইশ্যন নামৰ বেচৰকাৰী সংস্থাটোৰ সচিব দেৱজিত মৰাণ আৰু এভাৰগ্ৰীন বাডছ ছ’চাইটিৰ সভাপতি বিজয় গগৈয়ে অভিযোগ কৰে যে কাঠ মাফিয়াই দীৰ্ঘদিনৰ পৰা ডুমডুমা বন সংমণ্ডলৰ বিভিন্ন অংশত বন ধ্বংস কৰি আহিছে আৰু চোৰাংকৈ সেইবোৰ বিক্ৰী কৰাৰ ফলত চৰকাৰৰ প্ৰচুৰ ৰাজহ হানি হয়।

 

https://youtu.be/LVDq4ng3Kk4

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd