• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতীয় শ্বহীদ পোৱাল দাসৰ ৩৯ তম মৃত্যু দিৱস পালন

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
February 14, 2022 8:30 pm
Assam movement martyr Puwal Das
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ জাতীয় শ্বহীদ পোৱাল দাসৰ ৩৯ তম মৃত্যু দিৱসত আজি ১৪ ফ্ৰেব্ৰুৱাৰীত পোৱাল দাসৰ সমাধিক্ষেত্ৰত শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বনাই বাসীৰ সহযোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠান পালন কৰা হয়৷

ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠান শুভাৰম্ভ কৰে শ্বহীদ দাসৰ জেষ্ঠ ভগ্নী মাকন দাসে। অসম আন্দোলনত গুলীবিদ্ধ কৃতী শিক্ষক ৰমেন শৰ্মা, সদৌ অসম ছাত্ৰ সন্থা সদস্য জিতু নেওগ তথা পোৱাল দাসৰ পৰিয়ালৰ সদস্যসকলৰ লগতে ৫১ নং বহতীয়া প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক অভিজিৎ পাছনি, ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অমৃত ভূঞা, গড়পাৰ প্ৰথমিক বিদ্যালয়ৰ শিক্ষক বিদ্যাধৰ হাজৰিকাই সমূহীয়াকৈ শ্ৰদ্ধাঞ্জলি জনায়৷

Apply Now

স্মৃতিচাৰণ সভাত উপস্থিত থাকে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰণ্টু ভূঞা, মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা যদুমণি বৰুৱা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক হৰিনাৰায়ণ হাজৰিকা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাপু কলিতা, সাধাৰণ সম্পাদক পাঞ্জল দত্ত, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেবব্ৰত শইকীয়া সাধাৰণ সম্পাদক পবিত্ৰ বৰাকে ধৰি শতাধিক ৰাইজ উপস্থিত থাকে৷

স্মৃতিচাৰণ সভাত বক্তব্য ৰাখি ৰমেন শৰ্মাই জাতীয় শ্বহীদ পোৱাল দাসৰ মৃত্যুৰ দিনাই একে লগে থকাৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে সেই সময়ৰ ঘটনাৰ সম্পৰ্কত ব্যাখ্যা কৰে৷

শিক্ষক তথা অসম আন্দোলনৰ কৰ্মী বিদ্যাধৰ হাজৰিকা আৰু ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা আন্দোলনৰ সময়ত নিৰ্যাতিত অমৃত ভূঞাই বক্তব্য ৰাখি পোৱাল দাসৰ নামত বনাই ঘাটৰ পৰা অৰুণামুখলৈ থকা পথটো নামাকৰণ কৰিবলৈ আহ্বান জনায়৷

সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য জিতু নেওগে বক্তব্য ৰাখি কয় যে অসম আন্দোলনৰ গুলীবিদ্ধ নিৰ্যাতিত সকলৰ পৰিয়াল সমূহৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ লগতে যোগ্যতা ভিত্তিত নিযুক্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক দাবী জনায়৷

স্মৃতিচাৰণ সভাতেই জাতীয় শ্বহীদ পোৱাল দাসৰ নামত পথটো নামাকৰণ কৰাৰ ক্ষেত্ৰত শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেবব্ৰত শইকীয়া আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই জনায়৷

নিৰ্মলেন্দু পাঠক, টীয়ক

নিৰ্মলেন্দু পাঠক, টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd