• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণ সংক্ৰমণৰ আশংকা; বোকাখাতত কাপোৰ বিপনীৰ চাৰিজন কৰ্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত

উত্তম শইকীয়া by উত্তম শইকীয়া
July 31, 2020 5:27 pm
-Delhi-becomes-Indias-coronavirus-

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৯ জুলাইত বোকাখাত নগৰৰ এখন ঔষধৰ দোকানৰ এগৰাকী গ্ৰাহক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছতেই নগৰখনত গণ সংক্ৰমণৰ আশংকা কৰি বিহিত ব্যৱস্থা লোৱাৰ উপৰি দোকানখনৰ চিকিৎসক, স্বত্ত্বাধিকাৰ আৰু কৰ্মচাৰী সকলক কোৱাৰেন্টাইন কৰা হৈছিল৷

ইয়াৰ পাছত ৩০ জুলাইৰ সন্ধিয়া বোকাখাত নগৰৰ মোৰাৰকা ব্ৰাদাৰ্চ নামৰ কাপোৰৰ বিপনী এখনৰ চাৰিজন লোকৰ শৰীৰত ক’ভিড-১৯ ৰ সংক্ৰমন পোৱা গৈছে৷

Apply Now

বিপনীখনৰ স্বত্ত্বাধিকাৰ সন্তোষ মোৰাৰকা, শ্ৰৱন মোৰাৰকা আৰু প্ৰশান্ত মোৰাৰকাৰ লগতে বিপনীখনৰ কৰ্মচাৰী অৰ্জুন লাল শৰ্মাৰ শৰীৰত ক’ভিড ১৯ ৰ সংক্ৰমণ পোৱা গৈছে৷

ইয়াৰ পাছতেই আজি পুৱাৰ পৰাই মোৰাৰকা ব্ৰাদাৰ্চ নামৰ বিপনীখন বন্ধ কৰি কনটেইনমেন্ট কৰাৰ লগতে মোৰাৰকা পৰিয়ালৰ লগতে অৰ্জুন লাল শৰ্মাৰ পৰিয়ালক কোৱাৰেন্টাইন কৰি ক’ভিড-১৯ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বোকাখাতৰ মহকুমা প্ৰশাসনে৷

ইফালে কভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত চাৰিওজনকে ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

মন কৰিব লগীয়া যে বোকাখাত নগৰৰ মাজ মজিয়াত অৱস্থিত মোৰাৰকা ব্ৰাদাৰ্চ নামৰ কাপোৰৰ বিপনীখনত ৩০ জুলাই সন্ধিয়ালৈকে ক্ৰয় বিক্ৰয় চলি আছিল৷

বহু গ্ৰাহকে কালি সন্ধিয়ালৈকে উক্ত দোকানৰ পৰা কাপোৰ ক্ৰয় কৰিছিল৷ যাৰ বাবে এই দোকানৰ পৰা আৰু বহুত লোক ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে৷

ইয়াৰে পটভুমিত চহৰখনত পৌৰপ্ৰশাসন আৰু মহকুমা প্ৰশাসনে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd