• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ জিলা কাৰ্যালয় লণ্ডভণ্ড কৰা ৪ ছাত্ৰ নেতাৰ জামিন মঞ্জুৰ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
January 22, 2019 7:40 pm
Golaghat-BJP-1140x570-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৮ জানুৱাৰীত অসম বন্ধৰ সময়ত বলপূৰ্বক বিজেপিৰ জিলা কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যলয় লণ্ডভণ্ড কৰা আৰু আচবাব জ্বলাই দি বিস্তৰ ক্ষতিসাধন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকা  চাৰি ছাত্ৰ নেতাই আজি জামিনত মুক্তি লাভ কৰে।

উল্লেখ্য যে, বিগত ১৪ দিন ধৰি কাৰাবন্দী হৈ থকাৰ পিছত আজি গোলাঘাটৰ সত্ৰ ন্যায়াধীশ সত্যজিৎ খাউণ্ডৰ আদালতে তেওঁলোকৰ জামিন আবেদনত মঞ্জুৰী দিয়ে। আদালতে প্ৰত্যেককে ২৫ হাজাৰ টকাৰ আমানত ধন আৰু এজন ব্যক্তিৰ নিশ্চয়তাৰ বিনিময়ত মুক্তি দিছে। একেটা গোচৰতে অভিযুক্ত আন এজন ছাত্ৰ নেতা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নিপন গগৈক আদালতে অগ্ৰীম জামিন প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

Apply Now

ঘটনাৰ দিনাই বিজেপিৰ জিলা সম্পাদক সীমান্ত বৰাই দলৰ কাৰ্যলয়টোত উপদ্ৰৱ চলোৱা সন্দৰ্ভত ১৩ জন  বন্ধ সমৰ্থকৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীক এজাহাৰ দিছিল আৰু উক্ত অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ২০/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছিল।

উক্ত গোচৰতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা অসীম শইকীয়া, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজীৱ লস্কৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।

অৱশ্যে কাৰাগাৰতে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধয়েকৰ বিৰুদ্ধে আমৰণ অনশন আৰম্ভ কৰাত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে আৰু তেওঁলোকক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তেতিয়াৰ পৰা আইটাইকেইজন নেতা চিকিৎসালয়তে আছিল। আজি ২২ জানুৱাৰি মঙলবাৰে উক্ত স্থানৰ পৰাই তেওঁলোকক মুকলি কৰি দিয়া হয়।

ইফালে, আজি আদালতত বৰপথাৰ থানাৰ এক গোচৰ সংক্ৰান্তত ছাত্ৰ মুক্তিৰ সম্পাদক বিদ্যুৎ  শইকীয়াক গ্ৰেপ্তাৰৰ বাবে থানাই এক আবেদন দাখিল কৰিছিল যদিও আদালতে উক্ত আবেদন খাৰিজ কৰে। কিন্তু এই বাতৰি যুগুতোৱাৰ সময়ত বৰপথাৰ আৰক্ষীয়ে ছাত্ৰ নেতাজনক চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পিছতে গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd